সর্বভাৰতীয় পর্যায়ত বৰগাং এইবাৰ উজলি উঠিছে বিশ্বনাথৰ বৰগাঙৰ মেধাৱী ছাত্রী অস্মিতা কাকতি৷ ইণ্ডিয়ান চার্টিফিকেট অৱ ছেকেণ্ডেৰী এডুকেচন (আই চি এছ ই) পাঠ্যক্রমৰ সদ্যঘোষিত দ্বাদশ শ্রেণীৰ আই এছ চি পৰীক্ষাৰ ফলাফলত
Category: Top News
কাছাৰ জিলাৰ ধলাই বিধানসভা সমষ্টিৰ অন্তর্গত লাইলাপুৰ সংলগ্ন আন্তঃৰাজ্যিক সীমান্তত সোমবাৰে উদ্ভৱ হোৱা অগ্নিগর্ভ পৰিস্থিতি সন্দর্ভত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সংবাদমেল। সংবাদমেল যোগে মুখ্যমন্ত্ৰী ড০ শৰ্মাই মিজোৰামৰ মুখ্যমন্ত্রী
সদ্য ঘোষিত সৰ্বভাৰতীয় পৰ্যায়ৰ আই এছ চি ই ৰ অৰ্থাত ইণ্ডিয়ান চাৰ্টিফিকেট অফ ছেকেণ্ডাৰী এডুকেচন অন্তৰ্গত দ্বাদশ শ্ৰেণীৰ বিজ্ঞান শাখাৰ পৰীক্ষাৰ ফলাফলত বিশ্বনাথ জিলাৰ ইটাখোলাস্থিত দিকৰাইৰ অনুস্কাই সুখ্যাতিৰে উত্তিৰ্ণ হৈ
উত্তৰ–পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰীত যান–জঁটৰ সমস্যা লাঘৱ কৰাৰ লক্ষ্যৰে কেইবাখনো উৰণীয়া সেতুৰ নির্মাণৰ কাম চলি আছে৷ আনকি বিগত বর্ষৰ ১১ অক্টোবৰত দীনেশ গোস্বামী পথৰ মালিগাঁৱৰ পৰা কামাখ্যাগেটলৈ প্রায় ৩ কিঃমিঃ
প্রথমবাৰ আত্মসমর্পণৰ পাছত একাংশ আৰক্ষীয়ে এন এল এফ বিৰ মুৰব্বী এম বাথাক বেয়া ব্যৱহাৰ কৰা প্রসংগত প্রতিক্রিয়া প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ অসম প্রশাসনিক পদাধিকাৰ মহাবিদ্যালয়ত বাথাসহ এন