Category: Top News

First Oxygen Express reaches Assam, CM Sarma thanks PM Modi

First Oxygen Express reaches Assam, CM Sarma thanks PM Modi

GUWAHATI: The first Oxygen Express carrying 80 metric tonnes oxygen reached Assam on Sunday. The train which started its journey from Jamshedpur reached its final destination — Amingaon, near Guwahati. Meanwhile, Assam chief minister Dr Himanta Biswa Sarma thanked prime minister Narendra Modi and the centre for strengthening Assam’s oxygen

স্বস্তিৰ নিশ্বাস! ‘ONGC’ৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াক মুকলি কৰি দিলে আলফাই

স্বস্তিৰ নিশ্বাস! ‘ONGC’ৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াক মুকলি কৰি দিলে আলফাই

গুৱাহাটীঃ অৱশেষত আলফা স্বাধীনে মুকলি কৰি দিলে অ’ এন জি চিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াক ৷ শনিবাৰে পুৱা ভাৰত-ম্যানমাৰ সীমান্তৰ নাগালেণ্ডৰ মন জিলাৰ লংগুৱাত আলফা স্বাধীনে মুকলি কৰি দিয়ে ৰিতুল শইকীয়াক। ৰিতুল শইকীয়াই ম্যানমাৰৰ পৰা পদযাত্ৰা কৰি নাগালেণ্ডত উপস্থিত হয় ৷ বিগত ২১ এপ্ৰিলত শিৱসাগৰৰ লাকুৱাৰ তৈলক্ষেত্ৰৰ পৰা আলফা সদস্যই

এপিচিচিৰ সভাপতি পদ লাগে বিধায়ক ৰূপজ্যোতি কুর্মীক

এপিচিচিৰ সভাপতি পদ লাগে বিধায়ক ৰূপজ্যোতি কুর্মীক

গুৱাহাটীঃ  এইবাৰ প্রদেশ কংগ্রেছৰ সভাপতি পদ বিচাৰিছে মৰিয়নি সমষ্টিৰ কংগ্রেছ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে৷ একেৰাহে চতুর্থবাৰৰ বাবে মৰিয়নি সমষ্টিৰ পৰা বিধায়ক হিচাপে নির্বাচিত হৈ অহা কুর্মীয়ে নিজকে প্রদেশ কংগ্রেছৰ সভাপতি পদৰ বাবে উপযুক্ত বুলি অনুভৱ কৰি এই সংক্রান্তত নিখিল ভাৰত কংগ্রেছ কমিটীলৈ লিখিতভাৱে আবেদনো কৰিছে৷ শুকুৰবাৰে দিছপুৰত সংবাদ মাধ্যমৰ আগত কুর্মীয়ে

অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা

অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা

গুৱাহাটীঃ অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা। ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পাছত অনুষ্ঠিত হ’ব পৰীক্ষা। এক গুৰুত্বপূৰ্ণ আলোচনাত ছেবাই এই সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে মেট্ৰিক পৰীক্ষা সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ প্ৰতিনিধিবৰ্গ আৰু ছেবাৰ অধ্যক্ষ আৰু সচিবৰ সৈতে অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত

Assam Higher Secondary TET result declared

Assam Higher Secondary TET result declared

GUWAHATI: The result of Higher Secondary Teacher Eligibility Test (HS TET) for Post Graduate Teachers (PGT) has been declared on Saturday. The result is available on — ssa.assam.gov.in or sebaonline.org. The candidates can download the result, directly, through the link below: Assam HS TET Revised Result Download Link 1 Assam