সমগ্র দেশতে ক’ৰোনা সংহাৰৰ এই সময়ছোৱাত ভাৰতীয় ৰে’ল বিভাগে গ্রহণ কৰিছে এক গুৰুত্বপূর্ণ পদক্ষেপ৷ ভাৰতীয় ৰে’ল বিভাগে ৰে’লৰ দবাসমূহ ক’ভিড ৱার্ডৰূপে ব্যৱহাৰ কৰিবলৈ প্রচেষ্টা হাতত লৈছে৷ অসমতো ৰে’লৰ দবাসমূহ ক’ভিড ৱার্ডৰূপে ব্যৱহাৰ কৰা হৈছে৷ তিনিচুকীয়া ৰে’লৱে ডিভিজনত মুঠ ৫০টা ৰে’লৰ দবা ক’ভিড ৱার্ড ৰূপে গঢ়ি তোলা হৈছে৷ ফলত ক’ভিড আক্রান্তসকলে
Category: Top News
Assam Chief Minister Sarbananada Sonowal on Sunday submitted his Resignation to Governor Prof Jagdish Mukhi at Raj Bhavan in Guwahati. The crucial BJP Legislature Party Meeting at Assam Assembly Campus will decide the Dtate’s Next Chief Minister Today. The Legislators of the saffron Party are arriving for the Meeting.
New Delhi: After a crucial meeting in Delhi with Bharatiya Janata Party (BJP) chief JP Nadda over who will be the next Chief Minister of Assam, senior leader Himanta Biswa Sarma on Saturday said that a Legislative Party meet in this connection may take place in Guwahati tomorrow. Assam incumbent
গুৱাহাটী : স্থগিত হৈ থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহৰ নতুন সময়সূচী ঘোষণা কৰা হৈছে৷ অহা ১ জুনৰ পৰা বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ মহলাৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব৷ ১৫ জুনত স্নাতকোত্তৰ পৰীক্ষাৰ সামৰণি পৰিব৷ একেদৰে স্নাতক মহলাৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব জুন মাহৰ দ্বিতীয় সপ্তাহত৷ ‘অ’পেন বুক’ পদ্ধতিৰে ‘অনলাইন মুড’ত এই পৰীক্ষা অনুষ্ঠিত হ’ব৷ শুকুৰবাৰে গুৱাহাটী
ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে গুৱাহাটী মহানগৰীত ক’ৰোনা মহামাৰীয়ে বিভীষিকা সৃষ্টি কৰিছে৷ ৰাজ্যৰ অন্যান্য জিলাৰ তুলনাত কামৰূপ মহানগৰ জিলাত ক’ভিড–১৯ৰ গণসংক্রমণে ক্রমাৎ জটিল ৰূপ ধাৰণ কৰিছে৷ ক’ৰোনাত আক্রান্ত ৰোগীৰ লগতে মৃত্যুৰ সংখ্যা মহানগৰীত বৃদ্ধি পোৱাত জিলা প্রশাসন উদ্দিগ্ণ হৈ এটাৰ পাছত আনটো এছ অ’ পি জাৰি কৰি মহানগৰবাসীৰ সহযোগিতা কামনা কৰিছে৷