Category: Top News

১১৩৯ কোটি টকা মূল্য ধাৰ্যৰে কাছাৰ-নগাওঁ কাগজ কল বিক্ৰীৰ চূড়ান্ত সিদ্ধান্ত ? ১৫ জুনত হ’ব নিবিদা

১১৩৯ কোটি টকা মূল্য ধাৰ্যৰে কাছাৰ-নগাওঁ কাগজ কল বিক্ৰীৰ চূড়ান্ত সিদ্ধান্ত ? ১৫ জুনত হ’ব নিবিদা

বিজেপি চৰকাৰে কৰিলে চৰম বিশ্বাসঘাতকতা। বিজেপিৰ যোৱাটো কাৰ্যকালৰ সময়ত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জাগীৰোডৰ নগাঁও কাগজ কলত উপস্থিত হৈ দীৰ্ঘকাল জুৰি বন্ধ হৈ থকা কলটোৰ কৰ্মচাৰীসকলক প্ৰতিশ্ৰুতি দিছিল তিনি মাহৰ