শোণিতপুৰৰ ৰঙাপৰা থানাৰ অন্তর্গত গেৰুৱাজুলিৰ লক্ষেশ্বৰী দৈমাৰী (৫৩) নামৰ এগৰাকী মহিলাক ডাইনীৰ সন্দেহত যোৱানিশা মৰিয়াই মৰিয়াই হত্যা কৰে৷ মহিলাগৰাকীৰ বাসগৃহৰ পৰা প্রায় এক কিলোমিটাৰ দূৰৰ এটা অঞ্চলত পুতি থোৱা অৱস্থাত আজি আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে৷ আৰক্ষীয়ে প্রকাশ কৰা অনুসৰি, ৰঙাপৰাৰ এটা ভিতৰুৱা অঞ্চল এক নম্বৰ গেৰুৱাজুলিত এজন নাতিৰ স’তে বাস
Category: Top News
নগাঁও জিলাৰ ৰহাৰ খাইগডত এগৰাকী ১২ বছৰীয়া কিশোৰীক পৰিকল্পিতভাৱে হত্যা কৰি জ্বলাই দিয়া ঘটনাই সর্বত্র ব্যাপক প্রতিক্রিয়া অব্যাহত থকাৰ সময়তে কামপুৰতো আজি কেইবাটাও কার্বি সংগঠনে তীব্র প্রতিবাদ সাব্যস্ত কৰে৷ কামপুৰ ৰাজহ চক্রৰ অন্তর্গত কার্বি জনজাতি বসতিপ্রধান চাইবুক গাঁৱত পাঁচটা কার্বি সংগঠনে বৃহৎ প্রতিবাদী সমদল উলিয়ায়৷ সংগঠনকেইটাৰ কর্মীসকলে হাতে হাতে বেনাৰ–ফেষুটন
নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত ৰহাৰ খাইগড়ত যোৱা ২২ এপ্ৰিলত সংঘটিত হোৱা সন্দেহজনক অগ্নিকাণ্ডত এগৰাকী ১২বছৰীয়া বনকৰা কিশোৰীৰ মৃত্যু হোৱাৰ ৭২ ঘন্টাৰ পাছতো তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। বৃহস্পতিবাৰে খাইগড়ৰ প্ৰকাশ চন্দ্ৰ বৰঠাকুৰৰ ঘৰত চুমিলা ৰংহাংপী নামৰ ১২ বছৰীয়া বনকৰা কিশোৰীৰ ৰহস্যজনকভাৱে অগ্নিদগ্ধহৈ মৃত্যু হোৱাৰ পিচত বিভিন্ন দল সংগঠনে ই
Mumbai: Chennai Super Kings (CSK) skipper Mahendra Singh Dhoni on Sunday won the toss and elected to bat against Royal Challengers Bangalore (RCB) in the Indian Premier League (IPL) here at the Wankhede Stadium. At the time of the toss, Dhoni said: “We will bat first. Heat is a factor
এতিয়াৰে পৰা পথযোগে অসমলৈ অহা সকলোৰে ক’ভিড টেষ্ট বাধ্যতামূলক। সেয়ে অসম-বংগ সীমান্তৰ কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত স্থাপন কৰা হৈছে ক’ভিড টেষ্টিং চেণ্টাৰ। শ্ৰীৰামপুৰত স্থাপন কৰা হৈছে আইচ’লেশ্বন চেণ্টাৰো। ট্ৰাক-বাছ বা ব্যক্তিগত বাহনত অসমলৈ অহা প্ৰতিজন লোকৰে কৰা হ’ব ক’ভিড পৰীক্ষা। ক’ভিড আক্ৰান্তসকলক এম্বুলেঞ্চযোগে নিজ নিজ জিলাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ’ব। ধুবুৰী