Category: Top News

Buses to operate with 50% seating capacity in Assam

Buses to operate with 50% seating capacity in Assam

GUWAHATI: The fresh COVID-19 Standard Operating Procedure (SOP) released by the Assam government on Tuesday has allowed the city buses, intra-district, inter-district and inter-state buses to operate with 50 per cent of their seating capacity. “No passenger will be allowed to travel standing in the vehicle,” stated the order.  

পৰিয়ালৰ এজন আক্রান্ত হ’লে সংক্রমিত হয় সকলো সদস্যঃ জিএমচিএইচৰ অধ্যক্ষৰ সকীয়নি

পৰিয়ালৰ এজন আক্রান্ত হ’লে সংক্রমিত হয় সকলো সদস্যঃ জিএমচিএইচৰ অধ্যক্ষৰ সকীয়নি

এইবাৰ ভয়াৱহ ৰূপত আহিছে ক’ৰোনাৰ সংক্রমণ৷ যুৱচামক এইবাৰ ক’ৰোনাই সংক্রমিত কৰিছে৷ ক’ৰোনাত সংক্রমিত হোৱাৰ দুই–তিনি দিনতে আইচিইউলৈ নিবলগীয়া হৈছে৷ –এই মন্তব্য গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যৰ৷ সোমবাৰে সংবাদ মাধ্যমৰ আগত ডাঃ বৈশ্যই কয় যে এইবাৰ ক’ৰোনাৰ সংক্রমণ পৰিয়ালকেন্দ্রিক হৈছে৷ পৰিয়ালৰ কোনো এজন সদস্য ক’ৰোনাত আক্রান্ত হোৱাৰ পিছতেই

মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

অতিমাৰীৰ ৰূপ লোৱা ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ পিছতো গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত একাংশ লোকে মাস্ক পৰিধান নকৰাকৈ ঘূৰি ফুৰা পৰিলক্ষিত হৈছে৷ ক’ৰোনাৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি চৰকাৰৰ নির্দেশনা অনুসৰি মহানগৰ জিলা প্রশাসনে সকলোকে মাস্ক পৰিধান কৰিবলৈ আহ্বান জনাইছিল৷ মাস্ক পৰিধান নকৰা লোকক ৫০০ টকা জৰিমণা বিহা হ’ব বুলিও নির্দেশনা জাৰি কৰিছিল৷

বঙাইগাঁও জিলাৰ সকলো প্ৰাথমিক বিদ্যালয় বন্ধ ঘোষণা

বঙাইগাঁও জিলাৰ সকলো প্ৰাথমিক বিদ্যালয় বন্ধ ঘোষণা

ৰাজ্যৰ অন্যান্য জিলাৰ লগতে বঙাইগাঁও জিলাতো কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বঙাইগাঁও জিলাৰ সকলো নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়সমূহ (প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ) ২০ এপ্ৰিলৰ পৰা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত পাঠদান প্ৰক্ৰিয়া বন্ধ ৰাখিবলৈ বঙাইগাঁও জিলা উপায়ুক্ত আৰু সভাপতি জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ ডাঃ এম এছ

Cotton University to conduct examinations as scheduled

Cotton University to conduct examinations as scheduled

GUWAHATI: Cotton University to conduct examination as scheduled; suspends offline classes till further notice. Cotton University on Monday issued a notice regarding the decision taken by the University on Covid. The decision is regarding the exams of the students and the norms and protocols to be followed by the same.