Guwahati: Amid the spike in COVID-19 cases in the country, Guwahati’s State Health Department is conducting COVID tests of passengers arriving at the railway station. Speaking to ANI, Dr Mridul Malakar who was present at the COVID testing camp said, “We first check the body temperature of each passenger. Then
Category: Top News
আলফাৰ জিম্মাত নাই ONGCৰ অপহৃত বিষয়া ৰিতুল শইকীয়া। এই ঘোষণা আলফা স্বাধীনৰ। এক প্ৰেছ বিজ্ঞপ্তিযোগে আলফাৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমে জনোৱা মতে সেনাবাহিনীৰ অভিযানৰ পৰিপ্ৰেক্ষিতত আলফাই অ’এনজিচিৰ তিনিওজন কৰ্মচাৰীকে নাগালেণ্ডৰ মন জিলাৰ এখন গাঁৱত এৰি গৈছিল। তাৰ পৰৱৰ্তী সময়ৰ ঘটনাৱলীৰ লগত আলফা জড়িত নহয় বুলি স্পষ্ট কৰি দিয়ে সংগঠনটোৱে।
বিশিষ্ট কথাশিল্পী, স্বনামধন্য সাহিত্যিক, জেষ্ঠ্য সাংবাদিক হোমেন বৰগোহাঞি ক’ভিড ১৯ ত আক্ৰান্ত হৈছে । শনিবাৰে এন্টিজেন টেষ্টত বৰেণ্য সাংবাদিক গৰাকীৰ শৰীৰত ক’ভিডৰ সংক্ৰমণ ধৰা পৰে । শৰীৰত কভিডৰ উপস্থিতি ধৰা পৰা পিছত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় । আনহাতে কণ্ঠশিল্পী জুবলীও কভিডত আক্ৰান্ত হৈছে। চৰ্দি আৰু কম-বেছি
অ এন জি চিৰ তিনি বিষয়াৰ অপহৰণত সহযোগিতা থকাৰ অভিযোগত আজি ডিব্ৰুগড়ত এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ডিব্ৰুগড়ৰ পৰা ধিৰাজ চেতিয়া নামৰ এজনক অ এন জি চিৰ তিনি বিষয়া অপহৰণত আলফাক সহায় কৰা অভিযোগত ডিব্ৰুগড় আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা হয়।ডিব্ৰুগড়ৰ বাণীপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ধিৰাজক। অপহৰণ কাণ্ডটোত ব্যৱহৃত বাইক আলফা
GUWAHATI: In an operation on Friday night, the Indian Army along with Assam Rifles troops rescued two abductees in the general area of Mon in Nagaland. Operations are still in progress. The two rescued abductees are Alakesh Saikia and Mohini Mohan Gogoi. ” The Army and Assam Rifles team also