তেজপুৰত মনোনয়ন প্ৰত্যাহাৰ কৰিলে বৃন্দাবন গোস্বামীয়ে। নিৰ্দলীয় প্ৰাৰ্থী ৰূপে বৃন্দাবন গোস্বামীয়ে মনোনয়ন দাখিল কৰিছিল। উল্লেখযোগ্য যে,অগপৰ পৰা টিকট নাপাই বৃন্দাবন গোস্বামীয়ে মনোনয়ন দাখিল কৰিছিল।
Category: Top News
অসমবাসীলৈ কাৰাবন্দী নেতা অখিল গগৈৰ এক বিনম্ৰ আহ্বান।কাৰাবন্দী নেতাগৰাকীৰ এই আহ্বানৰ কথা ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই সদৰী কৰে। অখিল গগৈয়ে কয়, “মই বিধানসভাত অসমবাসী ৰাইজৰ মুখপাত্ৰ হ’ব খোজো।মই বিধানসভাত চৰকাৰৰ জাতিদ্ৰোহী প্ৰতিটো কামৰ বিৰুদ্ধে সিংহৰ দৰে গৰজি উঠিব খোজো। বিধিগতভাৱে এজন প্ৰাৰ্থীৰ নিৰ্বাচনৰ খৰচ নিৰ্ধাৰণ কৰা
২০২০ বৰ্ষৰ সাহিত্য একাডেমী বঁটা ঘোষণা। ডা০ অপূৰ্ব কুমাৰ শইকীয়ালৈ ২০২০ বৰ্ষৰ সাহিত্য একাডেমী বঁটা। বেংছতা নামৰ গল্প সংকলনৰ বাবে এই সন্মান। ইএছআইচি মৰ্ডাৰ্ণ হস্পিতাল খানাপাৰাৰ মুখ্য চিকিৎসক ডা০ অপূৰ্ব কুমাৰ শইকীয়া। ইপিনে, দ্বিজেন কুমাৰ দাসলৈ যুব একাডেমী বঁটা।
The Assam Pradesh Congress Committee (APCC) on Thursday launched its ‘Congressor 5 Guarantee’ yatra ahead of the assembly elections in the state. The Party affirmed, that just like the grassroots engagement during the ‘Axom Basaon Ahok’ (Come Let’s Save Assam) bus-yatra, the party will make sure that, its five guarantees
India recorded 23,285 cases of coronavirus infection in a day, the highest in around 78 days, taking the?total?tally of COVID-19 cases to 1,13,08,846, according to the Union Health Ministry data updated on Friday The death toll increased to 1,58,306 with 117 daily new fatalities, the data updated at 8 am