Harvest Sports Club, Guwahati is all set to kick off a 2-day, 7-a-side football tournament – Super Seven Football Cup 2024, at 3 PM tomorrow, i.e., on 25th July at the TSS Arena, in The Scholar School, Baghorbari, Satgaon, Guwahati. This tournament is organized under the theme – “Get High
Category: Top News
আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত নিউজ ব্যুৰ’,নগাঁও,২৩জুলাই :–অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত সঘনাই সংঘটিত হৈ আহিছে বিভিন্ন অপৰাধজনিত ঘটনা। চুৰি- ডকাইতিৰ ঘটনা প্ৰায়ে সংঘটিত হৈ থকাত সাধাৰণ জনসাধাৰণ বিবুধিত পৰিছে । এফালে বানপানী,আনফালে আকৌ সঘনাই চুৰি-ডকাইতিৰ ঘটনাই স্থানীয় জনসাধাৰণক অতিষ্ঠ কৰি তুলিছে। অপৰাধজনিত ঘটনাসমূহ ৰোধ কৰাত আৰক্ষী প্ৰশাসন
নিউজ ব্যুৰ’,নগাঁও,২২জুলাই :–এগৰাকী মৰম লগা ছাত্ৰ। এইগৰাকী মেধাৱী ছাত্ৰই অসম আৰক্ষীত জনহিতাৰ্থে সেৱা কৰাৰ সপোন মনত পুহি ৰাখিছে। ছাত্ৰজনৰ ঘৰ নগাঁও জিলাৰ নগাঁও-বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত উৰিয়াগাঁৱৰ চুতিয়াগাঁৱত। ভাল মানুহ হৈ সমাজৰ হকে কাম কৰাৰ বহু সপোন কঢ়িয়াই ফুৰা ছাত্ৰজন বৰ্তমান আক্ৰান্ত এক অতি জটিল তথা অতিকৈ দুৰাৰোগ্য ৰোগত। ফলত ছাত্ৰজনৰ
নিউজ ব্যুৰ’,নগাঁও,২১জুলাই :–অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত ১ জুলাইৰ পৰা আৰম্ভ হোৱা গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰৰ ৰবিবাৰে সামৰণি পৰে। অসমৰ পুৰণি স্ত্ৰী শিক্ষাৰ অনুষ্ঠান ছহিদ ভোগেশ্বৰী ফুকননী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২০ দিনীয়াকৈ অনুষ্ঠিত শিবিৰৰ লগত সংগতি ৰাখি দুপৰীয়া সামৰণি অনুষ্ঠান আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়
■এজন ব্যৱসায়ীক লক্ষ্য কৰি ধাৰাষাৰ গুলীচালনা কৰে তিনিজনীয়া এটা দুৰ্বৃত্তৰ দলে ।■ব্যৱসায়ী জনৰ বৰপেটা জিলাৰ চতলাৰ জাকিৰ আলি বুলি জানিব পৰা গৈছে ।■ব্যৱসায়ী জন দমদমাত থকা জোতা চেন্ডেলৰ দোকান বন্ধ কৰি ঘৰলৈ ওভোটাৰ পথত ৰামপুৰ দমদমাৰ মাজত গুলিচালনা কৰে দুৰ্বৃত্তৰ দলটোয়ে ফলত ব্যৱসায়ি জনৰ বাও ভৰিত গুলিবিদ্ধ হৈ পথৰ মাজত