Category: Top News

ভাড়াঘৰত উদ্ধাৰ মৃতদেশ; কোনে হত্যা কৰিলে সুস্মিতা ক

ভাড়াঘৰত উদ্ধাৰ মৃতদেশ; কোনে হত্যা কৰিলে সুস্মিতা ক

গুৱাহাটীত যুৱতীৰ চাঞ্চল্যকৰ হ*ত্যা*কাণ্ড! ভাড়াঘৰত উদ্ধাৰ প্ৰেমিকা সুস্মিতাৰ মৃতদেহ। নিশা প্ৰেমিকৰ সৈতে আছিল যুৱতীগৰাকী।  হ*ত্যা*ৰ অভিযোগ যুৱতীগৰাকীৰ পৰিয়ালৰ। যুৱতীগৰাকী ওদালগুৰিৰ সুস্মিতা বসুমতাৰী। ঘটনাৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

ASSAM’S ₹700 CR CONCERT ECONOMY

ASSAM’S ₹700 CR CONCERT ECONOMY

Assam emerges as India’s next concert economy hub; ATDC, BookMyShow and EY-Parthenon report projects ₹700 Crore economic opportunity in the next five years   ~ Post Malone’s landmark concert in Guwahati generated an estimated economic impact of over ₹43crore across multiple sectors ~   ~ 20,000+ footfalls, with 53% travelling