ডিজিটেল ডেস্কঃ আলবেনিয়াত মঙলবাৰে পুৱতি নিশা অহা তিনিটাকৈ প্ৰচণ্ড ভুঁইকপত নিহতৰ সংখ্যা বৰ্তমানলৈকে ২২ জনলৈ বৃদ্ধি পাইছে। ৰাষ্ট্ৰখনৰ ডেকাডেছৰ বালকন নেশ্যনৰ লগতে ডুৰাছে আৰু থুমানেত পুৱতি নিশা অনুভূত হোৱা প্ৰচণ্ড জোকাৰণিত কেইবাটাও অট্টালিকা ধ্বংসস্তূপত পৰিণত হয়। যাৰ ফলত কমেও ৬০০ জন লোক আহত হোৱা বুলি আলবেনিয়াৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।
Category: Top News
ৰাজ্যৰ সমূহ সাংবাদিকৰ সুৰক্ষা আৰু নাৰ্য্যতাৰ লগতে যথোচিত মান্যতাৰ স্বাৰ্থত আত্ম প্ৰকাশ হোৱা যুৱ সাংবাদিক সন্থা,অসমৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অহা ৯ ফ্ৰেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে ৷ উক্ত অনুষ্ঠানতে যুৱ সাংবাদিক সন্থা, অসমে বিগত বৰ্ষবোৰৰ দৰে এইবাৰো ৰাজ্যৰ কেইবাজনো সাংবাদিকলৈ একোটাকৈ বিশেষ বঁটা আৰু সন্মান আগবঢ়াইছে এই সন্মান
উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব ‘বিহু’। আগন্তুক ২০২০ বৰ্ষৰ পৰা ঐচ্ছিক বিষয় হিচাপে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকলে অধ্যয়ন কৰিব পাৰিব বিহু । এই ইতিমধ্যে বিহু বিষয়কলৈ প্ৰথম ভাগ আৰু দ্বিতীয় ভাগ কৰি শিক্ষা সংসদে আৰম্ভ কৰিছে পাঠ্যপুথি প্ৰণয়নৰ কাম । উল্লেখ্য যে, বিহুৰ ক্ৰমবিকাশ আৰু ঐতিহ্য প্ৰথম
Hyderabad: Body of a 16-year-old girl who was missing since yesterday, found near her residence in suspicious circumstances today, prima facie it appears she fell down from the terrace. Body has been sent for postmortem & further investigation is underway.(ANI) #Telangana
Uttarakhand: Kedarnath temple covered in a sheet of snow, as the town received fresh snowfall today. (ANI)