নৰ্থ ইষ্ট ডিলাৰ এশ্যচিয়েশ্যনে ২৫ নৱেম্বৰত আহ্বান জনোৱা ২৪ ঘন্টীয়া বন্ধৰ কাৰ্যসূচী উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ । কাইলৈ মহানগৰী গুৱাহাটীত বন্ধ নহয় কোনো পেট্ৰ’ল পাম্প । অহা ৭ দিনলৈ স্থগিত ৰাখিলে বন্ধৰ কাৰ্যসূচী ।
Category: Top News
GUWAHATI, Nov 23 – The annual ‘India Today State of the States Conclave and Awards – 2019’ has adjudged Assam in the ‘Most Improved Big State – Overall’ and ‘Most Improved Big State for Economy’ categories. On behalf of Chief Minister Sarbananda Sonowal, Industries and Commerce Minister Chandra Mohan Patowary
Guwahati: National Law University and Judicial Academy, Assam (NLUJAA) celebrated Lachit Diwas on Sunday. Bhabesh Kalita, State irrigation minister was the chief guest of the event, commended NLUJAA in bringing students from across the country and letting them know about the heroes of Assam. various cultural programmes were also hosted including the
সোমবাৰে গুৱাহাটী মহানগৰীত বন্ধ থাকিব সকলো পেট্ৰ’ল পাম্প । নৰ্থইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ’চিয়েচনে গ্ৰহণ কৰা সিদ্ধান্তৰ অধীনত হব এই বন্ধ । ২৫ নৱেম্বৰ অৰ্থাৎ সোমবাৰৰ পুৱা ৫ বজাৰ পৰা ২৬ নৱেম্বৰ অৰ্থাৎ মঙলবাৰে পুৱা ৫বজালৈ বন্ধ থাকিব সকলো তেলডিপো ।
MK Chaudhary,Superintendent of Police,Vaishali: 6-7 unknown armed miscreants barged into Muthoot Finance Co branch in Hajipur in broad daylight.They looted around 55 kg gold from the manager at gunpoint. Incident took place around 12:30 in the day; Investigation is underway(ANI)