অসমৰ সাংবাদিকতা বঁটা ঘোষণা : যুৱ সাংবাদিক সন্থা

1 min read

ৰাজ্যৰ সমূহ সাংবাদিকৰ সুৰক্ষা আৰু নাৰ্য্যতাৰ লগতে যথোচিত মান্যতাৰ স্বাৰ্থত আত্ম প্ৰকাশ হোৱা যুৱ সাংবাদিক সন্থা,অসমৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অহা ৯ ফ্ৰেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে ৷ উক্ত অনুষ্ঠানতে যুৱ সাংবাদিক সন্থা, অসমে বিগত বৰ্ষবোৰৰ দৰে এইবাৰো ৰাজ্যৰ কেইবাজনো সাংবাদিকলৈ একোটাকৈ বিশেষ বঁটা আৰু সন্মান আগবঢ়াইছে
এই সন্মান সমূহৰ ভিতৰত –
“সংবাদ শিৰোমণি”যুৱ সাংবাদিক বঁটা আৰু সন্মান
১/ শোণিত কুমাৰ ভূঞা ,জইণ্ট এডিটৰ ,প্ৰতিদিন টাইম ৷
২/ ৰাজদ্বীপ বাইলুং বৰুৱা ,
এডিটৰিয়েল কনছালন্টেট -News18 অসম নৰ্থ ইষ্ট ৷
“শ্ৰেষ্ঠ বাতৰি পৰিবেশক পৰিবেশিকা
১/ বনদ্বীপ গোস্বামী ,News Live ৷
২/ অঞ্জুমণি বৰদলৈ ,প্ৰতিদিন টাইম ৷
“শ্ৰেষ্ঠ নিউজ প্ৰডিউচাৰ সন্মান ”
১/অভিজিৎ গগৈ Dy365.
“শ্ৰেষ্ঠ সাংবাদিকতা বঁটা ”
১/ অজয় শইকীয়া ,সাংবাদিক ,দৈনিক জনমভূমি ৷
“শ্ৰেষ্ঠ আলোকচিত্ৰ সাংবাদিকতা বঁটা ”
১/ জগদ্বীশ ভৰালী ,” নিয়মীয়া বাৰ্তা ৷
২/ সৌৰভ দুৱৰা ,অসমীয়া প্ৰতিদিন
তদুপৰি পৰিবেশ আৰু বন্যপ্ৰাণী ,শিশু আৰু মহিলা সৱলীকৰণ, সামাজিক দায়বদ্ধতাৰ ওপৰত শ্ৰেষ্ঠতাৰ ভিত্তিত একোটাকৈ বঁটা প্ৰদান কৰা হ’ব৷ এই কথা জনালে যুৱ সাংবাদিক সন্থা,অসমৰ হৈ চন্দন দাস ,সভাপতি আৰু কাঞ্চনজ্যোতি গোহাঁই

You May Also Like

More From Author