Category: Top News

জুৰীয়াৰ আৰক্ষীৰ জালত গভাইত চোৰ বুলবুল হুছেইন

জুৰীয়াৰ আৰক্ষীৰ জালত গভাইত চোৰ বুলবুল হুছেইন

দীৰ্ঘদিন ধৰি গৄহস্থৰ নিদ্ৰাহৰণ কৰি অতিষ্ঠ কৰা এটি গভাইত চোৰ বুলবুল হুচেইনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ! বুধবাৰে এক গোপন সুত্ৰৰ পমখেদি জুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰ্পন শইকীয়াই কৌশলগত ভাৱে জুৰীয়াৰ উদমাৰীৰ পৰা গভাইত চোৰ বুলবুলক আটক কৰে ! উল্লেখ্য যে, যোৱা সাত অক্টোবৰত নগাঁও ধিং ৰোডৰ এখন