গৰুৰ ছিণ্ডিকেটক লৈ সমগ্ৰ ৰাজ্য খনতে তোলপাৰ লাগি থকাৰ সময়তে আজি জুৰীয়াত আৰক্ষীয়ে দুখনকৈ গৰু ভৰ্তি ট্ৰাক জব্দ কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। তিনি খনকৈ জিলা অতিক্ৰম কৰি নগাঁও জিলাৰ জুৰীয়াত আহি উপস্থিত হোৱাত জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অৰ্পণ শইকীয়াৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলে আটক কৰে এই
Category: Top News
জুৰীয়া তেলিয়া বেবেজীয়া গাৱঁৰ ৰুকিয়া বেগম নামৰ মহিলা গৰাকী জাপানীজ এনকেফাইতিজ আক্ৰান্ত।ইতিমধ্যে GNRCত মহিলা গৰাকী চিকিৎসাধীন হৈ আছিল যদিও ধনৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি ঘৰলৈ ওভতাই আনে।উল্লেখ্য যে জুৰীয়াৰ সমীপৱৰ্তী গনেশ টাপু আৰু বাঘেটাপু চৰত দুটিকৈ শিশু জাপানীজ এনকেফালটিজ আক্ৰান্ত হোৱাৰ লগতে ৰূপহীহাটৰ কুমাৰ গাৱতো এগৰাকী মহিলা জাপানীজ এনকেফ্লাইটিছ ত
আজি ভাৰতীয় জনতা পাৰ্টীৰ দৰং জিলা সমিতিয়ে মঙ্গলদৈ চহৰৰ ১০ নং ওৱাৰ্ডৰ বানপিড়ীত সকলক ভকতপাৰা আবছু আৰু দৰং আৰক্ষী অধীক্ষকৰ সহযোগত পাচঁ আজি শতাধিক লোকক বান সাহাৰ্য্য আগবঢ়ায়। দৰং জিলা বিজেপিৰ সভানেত্ৰী নীলিমা দেৱী, উপ-সভাপতি প্ৰতাপ বৰদলৈ,সাধাৰন সম্পাদিকা শেৱালী গোস্বামী কলিতা আৰু জিলা মহিলা মৰ্চাৰ সভানেত্রী প্রেমদা ভূঞাৰ নেতৃত্বত এই
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি কৰিলে প্ৰতিবাদ । অৱশ্যে এই প্ৰতিবাদ কোনো খাদ্য বস্তুৰ বাবে নহয় । এই প্ৰতিবাদ ঘৰ ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণৰ নামত যি সমূহ নলা নৰ্দমা বন্ধ কৰিছে, সেই সমূহ খুলি দিয়াৰ বাবে কৰা প্ৰতিবাদ । প্ৰশাসনৰ অৱহেলাৰ সুযোগ লৈ একাংশ ৰাইজে পুল, নলা আদি বন্ধ কৰি
গোসাইগাওঁ ২৫ জুলাইঃ কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ সদৰ চহৰৰ সংলগ্ন সাপট ব্ৰিজৰ সমিপত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা আৰক্ষীয়ে অভিযান চলাই পোৱালী সহ ২১ টা গৰু সহ ইউ পি ৭৮ডিটি/২৫৫৫ নম্বৰৰ এখন ট্ৰাক জব্দ কৰে ৷