Category: Top News

নলবাৰী যজ্ঞভূমিত সচেতন যুৱকে পথ মেৰামতি কৰি চৰকাৰ- পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

নলবাৰী যজ্ঞভূমিত সচেতন যুৱকে পথ মেৰামতি কৰি চৰকাৰ- পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

নলবাৰী জিলাৰ বিভিন্ন ঠাইৰ লগতে বৃহত্তৰ বাহঁজানীৰ অন্তৰ্গত যজ্ঞভূমি অঞ্চলটোৰ এচাম ব্যস্ত পথ বিধ্বস্ত হৈ পৰিছে যদিও জনপ্ৰতিনিধিৰ কোনো গুৰুত্ব নোহোৱাৰ ৰাজহুৱা অভিযোগ উত্থাপন হৈছে। অঞ্চলটোৰ যজ্ঞভূমি পূজা খোলাৰ পৰা ব্ৰহ্মচাৰী পুখুৰী হৈ জানিগোগ- চান্দুকুছি গড়কাপ্তানী পথ সংলগ্ন জৰাজীৰ্ণ গ্ৰাম্য পথচোৱা আন দুদিনৰ দৰে আজিও এচাম সচেতন যুৱকে মেৰামতি কৰি

বিশ্বনাথত সংঘটিত বিদ্যুৎস্পৃষ্ট ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা

বিশ্বনাথত সংঘটিত বিদ্যুৎস্পৃষ্ট ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা

দুগৰাকী বিদ্যুৎ কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন মৃতকৰ পৰিয়াললৈ তাৎক্ষণিকভাৱে আঢ়ৈ লাখ টকাৰ সাহায্য প্ৰদান বিশ্বনাথ চাৰিআলি চহৰৰ মাজমজিয়াত ২৬ জুন তাৰিখে সংঘটিত দুৰ্ভাগ্যজনক বিদ্যুস্পৃষ্ট হোৱা ঘটনাৰ এক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে বিশ্বনাথ জিলা প্ৰশাসনে। উপায়ুক্তৰ সভাকক্ষত আজি বিয়লি অনুষ্ঠিত এক ৰাজহুৱা সভাত উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডে এই কথা ঘোষণা কৰে। ঘটনাটোৰ