Category: Top News

নলবাৰী বৰভাগত কৰ্কট ৰোগ সম্পৰ্কত বিশাল সজাগতা সভা

নলবাৰী বৰভাগত কৰ্কট ৰোগ সম্পৰ্কত বিশাল সজাগতা সভা

নলবাৰী জিলাৰ বৰভাগ জ্যেষ্ঠ নাগৰিক মঞ্চৰ উদ্যোগত বৰভাগ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আৰু গুৱহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্কট প্ৰতিষ্ঠানৰ সহযোগত আজি দিনৰ দহ বজাৰ পৰা এখন কৰ্কট ৰোগ সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত হয়। সভাখনত জি এম চি কৰ্কট প্ৰতিষ্ঠানৰ কেইবাগৰাকী কৰ্কটৰোগ বিশেষজ্ঞ উপস্থিত থাকি বিশ্বত কৰ্কট ৰোগে সৃষ্টি কৰা বিভীষিকাৰ লগতে অসমতো এই

নলবাৰীত দুই সাংসদ দিলীপ শইকীয়া আৰু কুইন ওঝাক উষ্ম সম্বৰ্ধনা বিজেপি আৰু দল- সংগঠনে

নলবাৰীত দুই সাংসদ দিলীপ শইকীয়া আৰু কুইন ওঝাক উষ্ম সম্বৰ্ধনা বিজেপি আৰু দল- সংগঠনে

মঙ্গলদৈ লোকসভা সমষ্টিৰ নব নিৰ্বাচিত সাংসদ দিলীপ শইকীয়া আৰু গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাক ৰবিবাৰে নলবাৰী নাট্য মন্দিৰত নলবাৰী জিলা বিজেপিয়ে আয়োজন কৰা এক সম্বৰ্ধনা অনুষ্ঠানত উষ্ম সম্বৰ্ধনা জনোৱা হয়। নলবাৰী জিলা বিজেপিৰ লগতে বিভিন্ন দল সংগঠনে দুয়োগৰাকী সাংসদকে উষ্ম সম্বৰ্ধনা জনায়। নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাৰ সভাপতিত্বত

অসম সাহিত্য সভাৰ আজিৱন সভ্য সকলৰ মাজত হেল্থ কাৰ্ড বিতৰণৰ শুভাৰম্ভনী কৰিলে সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে

অসম সাহিত্য সভাৰ আজিৱন সভ্য সকলৰ মাজত হেল্থ কাৰ্ড বিতৰণৰ শুভাৰম্ভনী কৰিলে সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে

মঙলদৈৰ পৰা মকছেদ আলিৰ ৰিপৰ্ট ২ জুনঃ আজি দৰং জিলা সাহিত্য সভাৰ সভাকক্ষত আয়োজিত সভাত অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে আজিৱন সভ্য সকলৰ মাজত হেল্থ কাৰ্ড বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ ড° ৰাজবংশীয়ে কলে যে সাহিত্য সভাৰ সকলো আজীৱন সভ্যই গুৱাহাটীৰ হায়াট হস্পিটেলত প্ৰাথমিক পৰীক্ষা বিনামূলীয়া আৰু চিকিৎসাধীন

নগাঁৱত সহায় কৰাৰ চলেৰে মহিলাৰ পৰা ধন লুট দুৰ্বৃত্তৰ ।

নগাঁৱত সহায় কৰাৰ চলেৰে মহিলাৰ পৰা ধন লুট দুৰ্বৃত্তৰ ।

আপুনি ATM ৰ পৰা ধন উলিয়াবলৈ যাওঁতে আপোনাক কোনোবাই সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে নেকি ? যদি দিয়ে সেই অজ্ঞাত ব্যক্তিৰ চলাহী কথাত আপুনি পতিয়ন নাযাব । নহ’লে নিমিষতে আপোনাৰ কষ্টোপাৰ্জিত ধন লৈ উধাও হ’ব সেই চলাহী কথা কোৱা দুৰ্বৃত্তটো । সোমবাৰে নগাঁৱত তেনে এক দশাই হ’ল গীতামণি ডেকা নামৰ এগৰাকী