দৰঙৰ মঙলদৈ ধূলাত লোমহৰ্ষক হত্যাকান্ড । এই জঘন্য ঘটনাটি সংঘটিত হয় ধূলা থানাৰ অন্তৰ্গত ওঝাগাৱত ৷ পাষণ্ড পুত্ৰই ঘপিয়াই হত্যা কৰিলে নিজ মাতৃ মেৰুজা বেগমক ৷ মাতৃক হত্যা কৰি পুনৰ আক্ৰমণ কৰে নিজ পিতৃক । ফলত গুৰুতৰ ভাৱে আহত হয় পিতৃ আহম্মদ আলি । প্ৰথমতে পুত্ৰ নুৰ ইছলামে পাক ঘৰত
Category: Top News
অ বিডক্ত দৰংজিলাত ১৯৮৫ চনতেই গঠন কৰা সাংকৃতিক অনুষ্ঠান বিষ্ণুজ্যোতি সাংকৃতিক গোস্ঠীৰ উদ্যোগত ; আৰু দৰঙৰ ঐতিহ্য মন্ডিত খটৰা অত্ৰৰ লগতে মানৱ কল্যান সংস্হাৰ সহযোগত ঐতিহ্য মন্দিত খটৰা সত্ৰত ২৭জুলাইৰ পৰা ৫ দিনীয়াকৈ অনুস্হিত হোৱা চিয়া গীতৰ কৰ্মশালা খনিৰ সামৰণি পৰে আজি । চিয়া গীতৰ কৰ্মশালা খনিত ৬০ গৰাকি শিক্ষাৰ্থীয়ে
ধৃত লোককেইজন হৈছে পৰীক্ষিত নাথ , ৰমজান আলি আৰু আলি ৰহমান । নগাঁৱৰ মৰিকলঙত আৰক্ষীয়ে চলাইছিল এই অভিযান । দীৰ্ঘদিন ধৰি চলাই আহিছিল নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায় । Adil Shah Alam report, nagaon.
মঙলদৈ, ২৯ জুলাই : ৰাজ্য খনৰ বিভিন্ন দল- সংগঠন আৰু ব্যক্তি বিশেষে মুখ্য মন্ত্ৰীৰ বান সাহাৰ্য পুজিলৈ দান-বৰঙণি আগবঢ়োৱাৰ সময়তে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ দলগাও আঞ্চলিক সমিতিয়েও ৰাজ্যৰ বানাক্ৰান্ত লোক সকলৰ বাবে সহায়ৰ হাত আগবঢ়াইছে । দৰং জিলাৰ উপায়ুক্ত ঘনশ্যাম দাসৰ জৰিয়তে আজি মুখ্য মন্ত্রীৰ সাহাৰ্য পুজিলৈ