নলবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ঘৰৰ ভিতৰতে উদ্ধাৰ মাতৃ-পুত্ৰৰ মৃতদেহ। সোমবাৰে নিশা উদ্ধাৰ হোৱা মৃতদেহ কেইটা কবিতা হালৈ আৰু তেওঁৰ কিশোৰ পুত্ৰ হৃষিকেশ কাশ্যপৰ বুলি জানিব পৰা গৈছে। বিশেষভাৱে সক্ষম আছিল ১৫ বছৰীয়া হৃষিকেশ । সোমবাৰে আছিল কিশোৰজনৰ ওপজা দিন। কিন্তু জন্মদিন পালন কৰিব নাপালে হৃষিকেশে। নলবাৰীৰ বৰসৰকুছীত সংঘটিত
Category: Top News
Kokrajhar, BTR: On his two-day visit to Kokrajhar, world’s youngest professor Suborno Isaac Bari interacted with a multitude of students at the Bodofa Cultural Complex. The event, organized by the education department of the Bodoland Territorial Region (BTR), saw Professor Bari addressing the crowd on the significance of science and
📌মাতৃক পৰপুৰুষেৰে দেখি অগ্নিশৰ্মা কন্যা📌ৰাজপথত ইটাৰে ভাঙিলে মাতৃৰ বাহন📌কন্যাৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিল মাতৃ
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেলিফ’ৰ্ণিয়াত ভাৰতীয় দম্পতীৰ ৰহস্যজনক মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে। এটা বাসগৃহত উদ্ধাৰ হ’ল একেটা পৰিয়ালৰ চাৰি সদস্যৰ মৃতদেহ। ছান মাতেয়া চহৰৰ এটা এপার্টমেন্টত ভাৰতীয় মূলৰ প্ৰবাসী এক দম্পতী আৰু তেওঁলোকৰ দুই শিশু পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰিলে আৰক্ষীয়ে। প্ৰাপ্ত খবৰ অনুসৰি, মৃত দম্পতী কেৰালাৰ স্থায়ী বাসিন্দা আছিল। আৰক্ষীৰ তথ্য অনুসৰি,
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে আজি নতুন দিল্লীত সম্প্ৰচাৰ আৰু মিডিয়া প্ৰযুক্তি বিষয়ক ২৮ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু প্ৰদৰ্শনী উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত শ্ৰোতাসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় ভাৰতৰ সম্প্ৰচাৰ উদ্যোগৰ এক দৃঢ় আৰু দায়িত্বশীল অভিভাৱক হৈ আহিছে, যিয়ে ইয়াক জ্ঞান