Category: Top News

নগাঁৱত আৰক্ষীৰ উচ্চস্তৰীয় বৈঠকত অংশ ললে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই।

নগাঁৱত আৰক্ষীৰ উচ্চস্তৰীয় বৈঠকত অংশ ললে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই।

নগাঁৱত আৰক্ষীৰ উচ্চস্তৰীয় বৈঠকত বৈঠকত উপস্থিত আছিল নগাঁও,মৰিগাঁও আৰু হোজাই জিলাৰ আৰক্ষী অধীক্ষকো।সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা বৈঠকত।কাশ্মীৰৰ দৰে যাতে পৰিস্থিতি অসমত উদ্ভৱ নহয় তাৰ বাবে সতৰ্ক হবলৈ আহ্বান তিনিও জিলাৰ আৰক্ষী অধীক্ষকক।নগাঁৱত জব্দ হৈছে বহু অবৈধ অস্ত্ৰ শস্ত্ৰ লগতে আটক হৈছে বহু কেইটা গঁড় চিকাৰীও সদৰী কৰিলে আৰক্ষী সঞ্চালক প্ৰধানে।অংশ

শৰৎ চন্দ্ৰ লেখাৰু সোঁৱৰণী তৰ্ক প্ৰতিযোগিতাত কটন বিশ্ববিদ্যালয় শ্ৰেষ্ঠ দল

শৰৎ চন্দ্ৰ লেখাৰু সোঁৱৰণী তৰ্ক প্ৰতিযোগিতাত কটন বিশ্ববিদ্যালয় শ্ৰেষ্ঠ দল

গুৱাহাটী,১৮ ফেব্ৰুৱাৰী মহানগৰীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত চিভিল ছাৰ্ভিচ এচিভাৰ্ছ পইণ্টৰ উদ্যোগত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হয় প্ৰথম স্বৰ্গীয় শৰৎ চন্দ্ৰ লেখাৰু সোঁৱৰণী তৰ্ক প্ৰতিযোগিতা। প্ৰতিযোগীতাখনত অংশ গ্ৰহন কৰা ৰাজ্যৰ বহুকেইখন শিক্ষানুষ্ঠানৰ প্ৰায় ১৫টা দলৰ ভিতৰত কটন বিশ্ববিদ্যালয়ৰ হেমাংগ গগৈ আৰু জেচমিন চুলতানাই শ্রেষ্ঠ দলৰ সন্মান লাভ কৰে। যুটীয়া ভাৱে শ্ৰেষ্ঠ তৰ্কিক

Video-Transgenders march for their rights

Video-Transgenders march for their rights

The transgender community of Assam under the aegis of the All Assam Transgender Association (AATA) today carried out a march from Dighalipukhuri to the Guwahati Club area in support of their various demands.

Truck laden with illegal wood seized at Juria -নগাঁও জিলাৰ জুৰীয়াত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ |

Truck laden with illegal wood seized at Juria -নগাঁও জিলাৰ জুৰীয়াত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ |

চামগুৰিৰ পৰা AS 02 BC 5750 নম্বৰৰ মিনি ট্ৰাক খনত কঢ়িয়াই আনিছিল কাঠ খিনি। জুৰীয়া আৰক্ষীয়ে খাটোৱালত তালাচী চলায় জব্দ কৰে কাঠ ভৰ্তি ট্ৰাক খন । জব্দ কৰা কাঠ খিনিৰ মূল্য লক্ষাধিক টকাৰ হব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ জুৰীয়াৰ বিভিন্ন অবৈধ কাঠ ফলা মিললৈ দৈনিক এনেদৰে চোৰাং কাঠ অনা

আছুৱে গুৱাহাটীত বজ্ৰ নিনাদ পাতিছে, আমি নগাঁৱত বিকাশৰ নিনাদ পাতিছো।’– Himanta Bishwa Sharma.

আছুৱে গুৱাহাটীত বজ্ৰ নিনাদ পাতিছে, আমি নগাঁৱত বিকাশৰ নিনাদ পাতিছো।’– Himanta Bishwa Sharma.

‘আছুৱে গুৱাহাটীত বজ্ৰ নিনাদ পাতিছে, আমি নগাঁৱত বিকাশৰ নিনাদ পাতিছো।’– নগাঁৱত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।