জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজি আছুৰ লগতে ৩০টা জনগোষ্ঠীয় সংগঠনৰ বজ্ৰনিনাদ। লতাশিল খেলপথাৰত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ৩০ সংগঠনে। কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ’ব বুলি হুংকাৰ সংগঠনসমূহৰ। জাতিৰ সংকটকালত ঐক্যবদ্ধভাৱে যুঁজাৰ সংকল্প।
Category: Top News
AASU protest in Duliajan : সাংসদ ৰামেশ্বৰ তেলিৰ এগৰাকী ব্যক্তিগত নিৰাপত্তাৰক্ষীয়ে আছুৰ সদস্যক প্ৰহা
সাংসদ ৰামেশ্বৰ তেলিৰ এগৰাকী ব্যক্তিগত নিৰাপত্তাৰক্ষীয়ে আছুৰ সদস্যক প্ৰহাৰ কৰাক লৈ বুধবাৰৰ দিনা উত্তাল হৈ পৰে তৈল নগৰ দুলীয়াজান । আছুৰ সদস্যক ব্যক্তিগত নিৰাপত্তাৰক্ষীয়ে শাৰীৰিক ভাবে প্ৰহাৰ কৰাৰ প্ৰতিবাদত পথ অৱৰোধ কৰে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাই।
For years at every party event, Congress workers would raise the pitch for an important organisational role for Priyanka Gandhi Vadra. As the chorus grew louder and media abuzz with speculation of her playing an active role in politics, Priyanka Gandhi would issue a statement ruling out any such move.
জুৰীয়াত মদ,জুৱা,ড্ৰাগছৰ অবাধ প্ৰচলন বন্ধৰ বাবে আমছুৰ, ৰাইজ,ছাত্ৰ ছত্ৰীৰ প্ৰতিবাদ ৷ আৰক্ষীৰ ৰহস্যজনক নীৰৱ ভুমিকাত ক্ষুব্ধ ৰাইজ ৷ জুৰীয়াত আমছু, ৰাইজ,ছাত্ৰ ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদ ৷ জুৰীয়াৰ বালুকটিয়াত চলিথকা ড্ৰাগছ, মদ,জুৱাৰ অবাধ প্ৰচলন বন্ধৰ বাবে দেওবাৰে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ আৰক্ষীয়ে অঞ্চলটোত চলি থকা অসামাজিক কাৰ্য ৰোধ কৰাৰ ক্ষেত্ৰত ৰহস্যজনক