জুৰীয়াৰ উদমাৰীত কুসংস্কাৰ বিৰোধী সমিতি আৰু স্হানীয় ৰাইজৰ প্ৰতিবাদত উত্তাল পৰাবেশ শতাধিক লোক আৰু ছাত্ৰছাত্ৰীয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ৷ নিচাযুক্ত দ্ৰব্য আৰু সামাজিক কু সংস্কাৰ বন্ধৰ দাবীত আজিৰ প্ৰতিবাদ
Category: Top News
ভকত-বৈষ্ণৱৰ য়ে-পদুলিয়ে ধূপ-ধূনা-বন্তি জ্বলাই গৃহষ্ঠই ভকত বৈষ্ণৱৰ পৰা আৰ্শীবাদ লোৱা দেখা পোৱা যায় ৷ শোভাযাত্ৰাৰ সময়ত অাটক ধুনীয়াকৈ সজ্জিত কৰি লোৱা বাহনৰ ওপৰত উঠি বালি-সুগ্ৰীবৰ যুদ্ধ, শ্ৰীকৃষ্ণ-যাম্বুৱন্তৰ যুদ্ধ আৰু ৰাম-লক্ষ্মনৰ বনবাসলৈ যোৱা ভাওদিয়া দৃশ্যই ভকত ৰাইজক মুগ্ধ কৰা পৰিলক্ষিত হয় ৷ সন্ধ্যা চিকাৰীপথাৰ ৰাইজৰ দ্বাৰা অঙ্কীয়া ভাওনা প্ৰদৰ্শনেৰে অধিবেশনখনি সামৰণি
কাইলৈ অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু আৰু আজি বিহুৰ উৰুকা। এনে এক পবিত্ৰ ক্ষণত অসমবাসীলৈ ছ’চিয়েল মিডিয়াযোগে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে । ছ’চিয়েল মিডিয়াযোগে অসমীয়া ভাষাতে অসমবাসীৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা অসমীয়ালৈ ভোগালীৰ শুভেচ্ছা জনালে ৰাষ্ট্ৰপতিগৰাকীয়ে। ভোগালীয়ে সকলোৰে জীৱনলৈ সৌভাগ্য আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনক