Truck laden with illegal wood seized at Juria -নগাঁও জিলাৰ জুৰীয়াত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ |

Truck laden with illegal wood seized at Juria -নগাঁও জিলাৰ জুৰীয়াত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ |

চামগুৰিৰ পৰা AS 02 BC 5750 নম্বৰৰ মিনি ট্ৰাক খনত কঢ়িয়াই আনিছিল কাঠ খিনি। জুৰীয়া আৰক্ষীয়ে খাটোৱালত তালাচী চলায় জব্দ কৰে কাঠ ভৰ্তি ট্ৰাক খন । জব্দ কৰা কাঠ খিনিৰ মূল্য লক্ষাধিক টকাৰ হব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ জুৰীয়াৰ বিভিন্ন অবৈধ কাঠ ফলা মিললৈ দৈনিক এনেদৰে চোৰাং কাঠ অনা হয় যদিও বন বিভাগ ৰহস্য জনক ভাবে মৌন। জুৰীয়াৰ পৰা পদুম ভূঞা ৷

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.