Category: Top News

নগাঁৱত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনৰ সংবাদমেল ৷

নগাঁৱত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনৰ সংবাদমেল ৷

 ?পঞ্চায়তৰ ভোট দাতা ৰাইজলৈ ৰকিবুল হুছেইনৰ ধন্যবাদ জ্ঞাপন ৷? পঞ্চায়তত ৰথী- মহাৰথী নিজ নিজ সমষ্টিত বিধস্ত হোৱাৰ পিছতো একাংশই ৰকিবুল হুছেইনক টাৰ্গেট কৰি লোৱাত আশ্বৰ্য প্ৰকাশ ৷? নিজ সমষ্টি চামগুৰিত কংগ্ৰেছৰ ভোটৰ হাৰ বিধান সভাৰ নিৰ্বাচনৰ বৃদ্ধি পোৱা তথ্য সদৰি কৰে ৷?কলিয়াবৰৰ ভোট গণনা কেন্দ্ৰত শাসকীয় দলৰ প্ৰাৰ্থীৰ এজেন্ট সকলে সৃষ্টি কৰা

আজমলৰ দূৰ্গ যমুনামুখত কংগ্ৰেছৰ দখললৈ গ’ল গোটেইকেইখন জিলা পৰিষদ

আজমলৰ দূৰ্গ যমুনামুখত কংগ্ৰেছৰ দখললৈ গ’ল গোটেইকেইখন জিলা পৰিষদ

আজমলৰ দূৰ্গ যমুনামুখত কংগ্ৰেছৰ দখললৈ গ’ল গোটেইকেইখন জিলা পৰিষদ হোজাই জিলাৰ হোজাই, লামডিং আৰু যমুনামুখ সমষ্টিৰ অন্তৰ্গত মুঠ বাৰখন জিলা পৰিষদত কংগ্ৰেছ আৰু বিজেপিয়ে উন্নত ফলাফল প্ৰদৰ্শন কৰাৰ বিপৰীতে সম্পূৰ্ণৰূপে বিধ্বস্ত হ’ল AIUDF। দলটোৱে মাত্ৰ এটা জিলা পৰিষদ সমষ্টিতে থমকি ৰ’বলগীয়া হল। হোজাই জিলাৰ বাৰখন জিলা পৰিষদৰ ভিতৰত কংগ্ৰেছে ছখন,

নগাঁৱৰ চাপানালাৰ জীয়াজুৰিত ভয়াবহ ঘটনা।

নগাঁৱৰ চাপানালাৰ জীয়াজুৰিত ভয়াবহ ঘটনা।

ভালুকৰ আক্ৰমনত গুৰুতৰভাবে আহত পিতা-পুত্ৰ।গুৰুতৰভাবে আহত পিতৃ টেলকোৱা মুণ্ডাক সংকটজনক অৱস্থাত গুৱাহাটীলৈ আৰু পুত্ৰ বিক্ৰম মুণ্ডাক নগাঁৱলৈ প্ৰেৰণ।দুয়ো জনে পাইপকোণা নামৰ হাবিত খৰি কাতি থাকোতেই অতৰ্কিতে আক্ৰমন কৰে ভালুকটোৱে।ইতিমধ্যে দুয়ো চিকিৎসাধীন।

নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬ বাতিলৰ দাবীত দিল্লী যন্তৰ-মন্তৰত ৭০টা জাতীয়-জনগোষ্ঠীয় সংগঠনে আজিৰে পৰা  অবিৰত অনশন কাৰ্যসূচী গ্ৰহণ কৰিছে ।