নগাঁও সদৰ সমষ্টিৰ উজৰা গাঁৱত দুৰ্বৃত্তই ভাঙিলে অগপ দলৰ নিৰ্বাচনী কাৰ্যালয় ৷ পাখিমৰীয়া গাঁও পঞ্চায়তৰ ৫নং ৱাৰ্ডত থকা অগপ কাৰ্যালয়টোৰ আচবাব ভাঙি আৰু বেনাৰ-পোষ্টাৰ ফালি ক্ষতিসাধন কৰে ৷ অগপৰ নিৰ্বাচনী কাৰ্যালয় দুৰ্বৃত্তই ভাঙি পেলোৱাকলৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাৰ্যালয়টো ভাঙি পেলোৱা কাৰ্যত বিজেপি দলৰ নেতা-কৰ্মী জৰিত থকাৰ সন্দেহ কৰিছে অগপই
Category: Top News
বিজেপি,কংগ্ৰেছ আৰু অগপ তিনিওটা ৰাজনৈতিক দলৰ বাবেই এইবাৰৰ পঞ্চায়তত নিবাচন হৈছে সন্মান ৰখাৰ শেষ যুজঁ। মূখ্যমন্ত্ৰীৰ পৰা নেতা পালি নেতা সকলো ব্যস্ত নিবাচনী প্ৰচাৰত।ইয়াৰ সন্মান্তৰালকৈ প্ৰাক্তন মূখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সমস্থি বঢ়মপুৰত বিজেপি দলৰ হৈ অসম পাঠ্যপুথি নিগমৰ উপাধক্ষ্য জিতু গোস্বামীয়ে প্ৰচাৰ চলায় কয় যে হাতীক এইবাৰ পাহাৰলৈ খেদি পঠাবলৈ
নগাঁৱত আলফাৰ পতাকা উত্তোলনৰ সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ । নগাঁৱত আলফা(স্বাধীন) এ গঠন কৰিছে শ্লিপাৰ চেল – SP NAGAON উজনি-নামনি নহয় , মধ্য অসমতো সক্ৰিয় আলফা(স্বাধীন) । এইবাৰ আলফাই চ’চিয়েল মিডিয়াৰ জৰিয়তে সদস্যভৰ্ত্তিৰ বাবে নতুন পন্থা গ্ৰহণ কৰিছে । শেহতীয়াকৈ মধ্য অসম বিশেষকৈ নগাঁৱৰ বহু যুৱকে গ্ৰহণ কৰিছে এই পন্থা ।
মহানগৰীৰ পানবজাৰস্থিত হোটেল ৰিয়েল্টোত হঠাৎ সংঘটিত হয় অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড হোৱা বুলি সন্দেহ কৰা হয়। হোটেলৰ ৰান্ধনীশালৰ পৰা জুইৰ সূত্ৰপাত ঘটে বুলি জানিব পৰা গৈছে। অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখনকৈ বাহনে চেষ্টা চলাই নিৰ্বাপন কৰে জুই। অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সা সামগ্ৰী জুইত জাহ যোৱাৰ সন্দেহ ।ঘটনাত কোনো লোক
Click to watch video. অভি-নীলৰ হত্যাকাণ্ডৰ সন্দৰ্ভত নগাঁও আদালতৰ গুৰুত্বপূৰ্ণ ৰায় ৷ অভিযুক্ত ৪৭ জন বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ আন কেইবাটাও ধাৰাৰ লগতে ৩০২ আৰু ১৪৯ ধাৰা আৰোপ কৰে আদালতে ৷ এতিয়াৰ পৰা পূৰ্ণাংগ ৰূপত চলিব অভি-নীল হত্যাকাণ্ডৰ গোচৰ ৷ অহা ৫ জানুৱাৰীত প্ৰথম সাক্ষীৰ দিন ধাৰ্য কৰিছে আদালতে