Category: Top News

Chaos Outside Meghdoot Bhawan.

Chaos Outside Meghdoot Bhawan.

কপিঁ উঠিল মেঘদূত ভৱন। কপিঁ উঠিল মেঘদূত ভৱন। কিন্তু কিয়? কিহৰ বাবে কোনে কপাঁই তুলিলে মেঘদূত ভৱন! নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত অব্যাহত ৭০টা জাতীয় সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে।নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত ৰাজ্যৰ ১১খন জিলাৰ লগতে গুৱাহাটীটো গণসত্যাগ্ৰহ। বি জে পি গ’ বেক, বি জে পি চৰকাৰ

Fraudster Arrested In Nagaon.

Fraudster Arrested In Nagaon.

ডুবাইৰ কোম্পানীত চাকৰি দিয়াৰ প্ৰলোভনেৰে নগাঁৱত চাকৰিৰ ৰমৰমীয়া বেহা ৷ হয়বৰগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰবঞ্চক ছেলিম হুছেইন ওৰফে ইমৰানক ৷ হোজাই মোৰাঝাৰৰ পদুমনি গাঁৱৰ বাসিন্দা ধৃত ছেলিমে ডুবাইত লোভনীয় চাকৰি দিয়াৰ প্ৰলোভনেৰে মধ্য অসমত গঢ়ি তুলিছিল চাকৰিৰ বজাৰ ৷ নগাঁও জুৰিয়াৰ বিল্লাল উদ্দিনৰ পৰা ৩.৫০ লাখ আৰু নবি হুছেইন নাম

নগাঁও জিলা প্ৰসাশনৰ সংবাদ মেল।

নগাঁও জিলা প্ৰসাশনৰ সংবাদ মেল।

নগাঁও জিলা প্ৰসাশনৰ হৈ উপায়ুক্ত বিশ্বজিত পেগুয়ে নিজ কাৰ্যালয়ত সম্বোধন কৰে এখনি সংবাদমেল। সংবাদ মেল খনিত উপস্থিত আছিল নগাঁও জিলাৰ আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰাইমেধি, অতিৰিক্ত উপায়ুক্ত লাচিত কুমাৰ দাস, জয়ন্ত দাসৰ লগতে নিৰ্বাচন নিৰীক্ষক অনুজা ভূঞা আৰু মুনীন্দ্ৰ শৰ্মা দুই গৰাকী নিৰীক্ষকক সম্ভাষণ জনাই ।নগাওঁ আৰু কলিয়াবৰৰ মুঠ ভোটাৰৰ

BIKE THIEVES CAUGHT RED HANDED.

BIKE THIEVES CAUGHT RED HANDED.

নগাঁও আৰক্ষীৰ বৃহত সাফল্য। নগাঁৱত তিনি বাইক চোুৰক আতক।আতকাধীন চোৰ কেইটাৰ নাম ৱাছিম খণ্ডকাৰ, আতিকুৰ ৰহমান, ইকবাল আলি। নগাঁও PWD আফিচৰ পৰা AS 02A 6361 নম্বৰৰ বাইক খন চোৰি কৰিছিল।বত্তমান চোৰ কেইটা নগাঁও আৰক্ষীৰ জীম্মাত।

CONSTITUTION DAY CELEBRATION : NAGAON

CONSTITUTION DAY CELEBRATION : NAGAON

নগাঁও আইন মহাবিদ্যালয়ৰ উদ্যোগত সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে সংবিধান দিৱস উদযাপন কৰা হয় । এই উপলক্ষে আইন মহাবিদ্যালয় কৰ্তৃপক্ষই নগাঁৱৰ গুণাভিৰাম বৰুৱা প্ৰাথমিক বিদ্যালয় , মহেন্দ্ৰ বৰুৱা প্ৰাথমিক বিদ্যালয় আৰু দক্ষিণ হয়বৰগাঁৱৰ কলংপাৰ প্ৰাথমিক বিদ্যালয়ত আইন সজাগতা অনুষ্ঠানৰ আয়োজন কৰে । এই সংবিধান দিৱসৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতাও