নগাঁৱতো গণ সত্যাগ্ৰহ কাৰ্যসূচী । নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী । ৭০ টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ প্ৰবল প্ৰতিবাদ । বিধেয়ক বাতিল নকৰিলে তীব্ৰ আন্দোলনৰ ভাবুকি ।
Category: Top News
AGP Election Candidates seen dancing Bihu and meeting people of their area : new technique for vote.
নগাঁৱত অগপৰ প্ৰাৰ্থীয়ে ভোটাৰৰ ভৰিত ধৰি – বিহু মাৰি চলাইছে নিৰ্বাচনী প্ৰচাৰ । পঞ্চায়ত নিৰ্বাচন সমাগত । এই গ্ৰাম্য নিৰ্বাচনটোত জয়লাভ কৰিবলৈ ভিন ভিন ৰাজনৈতিক দলে প্ৰস্তুত কৰিছে সুকীয়া ৰণনীতি । ভোটাৰৰ মন আকৃষ্ট কৰিবলৈ বিভিন্নজনে আশ্ৰয় লৈছে বিভিন্ন পন্থাৰ । নগাঁৱৰ ডাকৰঘাট পঞ্চায়তৰ অগপৰ প্ৰাৰ্থীসকলে ভোটাৰৰ মন জয় কৰিবলৈ
নগাঁৱৰ জাজৰিত পথ দূঘটনা। জানিব পৰা মতে জাজৰি বগৰিগুৰী পৰা আহিছিল গাড়ী খন। এখন ব্যৱসায়ী দোকানত খুন্দা মৰে AS-12V-3704 নম্বৰৰ বাহন খনে। খুন্দা মৰাৰ ফলতে দুজন লোক গুৰুত্বৰ ভাৱে আহত হয়। জানিৱ পৰা মতে আহত সকলক গুৱাহাটীলৈ প্ৰেৰণ কৰিছে।
গহপুৰত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ | ৰাজ্যৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ মাজত ব্যাপক তৎপৰতা আৰম্ভ হৈছে । গহপুৰৰ বিধায়ক উৎপল বৰাৰ উপস্থিতিত আজি টকৌবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত টকৌবাৰী চেন্টাৰ প্ৰাংগনত ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী কাৰ্যালয় উন্মোচন কৰাৰ লগতে গহপুৰৰ প্ৰথমখন নিৰ্বাচনী সভা আয়োজন কৰে ।
মালিগাঁওত মন্দিৰত চুৰিকাণ্ডৰ ঘটনা। নিশা ৫টাকৈ মন্দিৰ ক্ৰমে ৰাম মন্দিৰ, হনুমান মন্দিৰ, শিৱ মন্দিৰ, শিতলা মন্দিৰ, শনি মন্দিৰ লুতপাত চলালে চোৰৰ দলে। সোন, ৰূপ ৰ আ অলংকাৰ ক ধৰি মন্দিৰৰ বহু গুৰুত্বপূৰ্ণ সামগ্ৰী লৈ উধাও হয় দলটো। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।