West Guwahati Constituency, Rani Mairapu – In an initiative aimed at mitigating the rising human-elephant conflict in the West Guwahati constituency, a banquet was hosted today for farmers from various villages. The gathering witnessed the participation of key figures, including Center Manager VCBC, Assam Sachin Ranade, Senior Project Officer David
Category: Top News
এখন ব্যক্তিগত হোষ্টেলৰ কোঠাত উদ্ধাৰ হোৱা মৃতদেহক লৈ চাঞ্চল্য! মঙলবাৰে মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। পানীখাইতিৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সংঘটিত হৈছে। খবৰ অনুসৰি, পানীখাইতিৰ এখন ব্যক্তিগত হোষ্টেলত আছিল মৃত ছাত্ৰীগৰাকী। মৃত ছাত্ৰীগৰাকীৰ ঘৰ ধেমাজিত বুলি জানিব পৰা গৈছে। ধেমাজিৰ গোগামুখৰ পূববালি গাৱঁৰ বাসিন্দা মৃত
মংগলবাৰৰ পৰা সকলো ভক্তয়ে ৰামলালাৰ দৰ্শন কৰিব পাৰিব। আজি পুৱা ৫.৩০ বজাত সম্পন্ন হয় ৰামল্লাৰ শৃংগাৰ আৰু আৰতি। পুৱা ৭ বজাৰ পৰা ৰামলালাৰ দৰ্শন আৰম্ভ হয়। আজি হাজাৰ হাজাৰ ভক্তই শ্ৰীৰামৰ প্ৰতিমূৰ্তিৰ দৰ্শন কৰিব। ইতিমধ্যে ৰামলালাৰ অভিষেকৰ বাবে সহস্ৰাধিক ভক্তই ৰাম নগৰীত উপস্থিত হৈছে। তথ্য অনুসৰি বছৰত ৫ কোটিৰো অধিক
পলাশবাৰী, ২০ জানুৱাৰী: ৰাজ্য চৰকাৰৰ সাংকৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত বিষ্ণু ৰাভা, জ্যোতি , ভূপেন্দ্ৰ আৰু ৰৱীন্দ্ৰ সংগীত প্ৰতিযোগিতাত দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত হুদুমপুৰ গাঁৱৰ বাসিনদা চুমি কলিতাই জিলা পৰ্যায়ৰ ৰাভা সংগীতত প্ৰথম আৰু ভূপেন্দ্ৰ সংগীতত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য, ৰাজ্য চৰকাৰৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতাসমূহৰ
PALASBARI,Jan 19: Girijananda Chowdhury University (GCU) has solidified its adherence towards collaborative activities by signing a Memorandum of Understanding (MoU) with Rabindranath Tagore University in Hojai of Assam .The MoU was signed by Prof. Kandarpa Das, Vice Chancellor of GCU and Prof. Amalendu Chakrabarty,Vice Chancellor, Rabindranath Tagore University in an