Himanta Biswa Sarma addressing media regarding the Alliance of AGP-BJP in the upcoming Panchayat Elections in Assam.
Category: Top News
চান্দমাৰীৰ উত্তৰ – পূব গ্ৰন্থমেলা প্ৰাঙ্গন আজি এক অতি আকৰ্ষণীয় ঘটনাৰ সাক্ষী হৈ ৰ’ল। দেশৰ ভৱিষ্যত ১০০টি দেৱশিশুৱে আজি একেলগে উন্মোচন কৰিলে বিশিষ্ট শিক্ষ্যাবিদ,লেখক ড: বসন্ত কুমাৰ ভূঞাৰ চাৰিখন জীৱন কলা সম্পৰ্কীয় ব্যতিক্ৰমী গ্ৰন্থ । নতুন প্ৰজন্মক জীৱন দীক্ষা প্ৰদান কৰাৰ মানসেৰে ৰচনা কৰা ড: বসন্ত কুমাৰ ভূঞাৰ এই গ্ৰন্থ
সাহিত্যাচাৰ্য ড০প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ যোৱা নিশা পৰলোক প্ৰাপ্তি ঘটে। ভাষাবিদ দাৰ্শনিক পণ্ডিত সাহিত্য সংস্কৃতিৰ সাধক ভাষাচাৰ্য্য ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য্য আজি কেইবাদিনো ধৰি গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত চিকিৎসাধীন হৈ আছিল। অবশেষত নিষ্ঠুৰ নিয়তি ওচৰত হাৰ মানিলে বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ ভট্টাচাৰ্য্যই। ড০প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ বিয়োগত অসম সাহিত্য সভাৰ গভীৰ
আজি আকৌ এজন কংগ্ৰেছীৰ বি জে পিত যোগদান। কংগ্ৰেছী নেতা বিচিত্ৰ চৌধুৰী বি জে পি লৈ আহিল। লগে লগে কংগ্ৰেছত উঠিল জোকাৰণি। কিয়নো এইজন কংগ্ৰেছী নেতা বিচিত্ৰ চৌধুৰী আছিল তৰুণ গগৈৰ এসময়ৰ প্ৰেছ উপদেষ্টা। কিন্তু হঠাৎ মোহ ভংগ হৈ বিজেপিত যোগ দিলে কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক বিচিত্ৰ চৌধুৰীয়ে। ৰাজ্যিক বিজেপিৰ সভাপতি
?নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী । ?নগাঁৱত আছুৰ প্ৰতিবাদী বিক্ষোভ । ?২৮ টাকৈ জনগোষ্ঠীয় সংগঠনৰ সহযোগ । ?নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰিলে তীব্ৰ আন্দোলনৰ ভাবুকি ।