Category: Top News

জিতেন দত্ত আৰু মৃনাল হাজৰিকাৰ মুক্তিৰ দাবীত নগাঁৱত জোৰ সমদল।

জিতেন দত্ত আৰু মৃনাল হাজৰিকাৰ মুক্তিৰ দাবীত নগাঁৱত জোৰ সমদল।

জাতীয় নায়কে এতিয়া ৰূপ সলালে। জাতি মাটি ৰক্ষাৰ কথা কোৱা নায়কে বিপৰীত স্থিতি গ্ৰহণ কৰিছে। নিজৰ বঙহৰ ভাই ককাইক আৰক্ষীৰ ৰঙা ঘৰলৈ পঠাই বিদেশীৰ বুকুৰ আপোন হোৱাৰ অখৰা আৰম্ভ কৰিছে। কিন্ত ৰজাঘৰৰ প্ৰতি আজিও ক্ষুভ ৰাজ্যৰ বহু স্থানত। বৃহস্পতিবাৰে নগাঁও ৰত্ন কান্ত বৰকটকী স্কুলৰ খেলপথাৰৰ পৰা জোৰ সমদল বাহিৰ কৰে।

পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ মন্তব্য৷

পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ মন্তব্য৷

পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ মন্তব্য৷ ? অসম গণ পৰিষদে পঞ্চায়ত নিৰ্বাচন অকলে খেলাটো পৰিষদৰ সভাৰ সিদ্ধান্ত৷ ? অসম গণ পৰিষদে দলক শক্তিশালী কৰিবৰ ৱাবে আৰু নিজৰ ক্ৰুটি বোৰ বিচাৰি উলিয়াবৰ বাবেই পঞ্চায়ত নিৰ্বাচন অকলে খেলিব লাগে৷ Adil Shah Nagaon.

দীপাৱলীৰ সন্ধিয়া আনন্দ উল্লাসৰ মাজত নগাওঁ জিলাৰ বটদ্ৰৱাত অঘটন ৷

দীপাৱলীৰ সন্ধিয়া আনন্দ উল্লাসৰ মাজত নগাওঁ জিলাৰ বটদ্ৰৱাত অঘটন ৷

দীপাৱলীৰ সন্ধিয়া আনন্দ উল্লাসৰ মাজত নগাওঁ জিলাৰ বটদ্ৰৱাত অঘটন ৷ নগাঁও জিলাৰ বটদ্ৰৱাৰ আইভেটি পথাৰত ৰহস্যজনক ভাবে পৰি থকা অৱস্থাত এটি মৃতদেহ উদ্ধাৰ । উদ্ধাৰ হোৱা মৃতদেহটো বটদ্ৰৱাৰ আইভেটি কহুঁৱাতলিৰ মন্টু বৰা বুলি চিনাক্ত কৰিছে স্থানীয় ৰাইজে। মৃতদেহৰ গাত আঘাতৰ চিন স্পষ্ট । ৰহস্যৰ আৱৰ্তত সমগ্র ঘটনা , দুৰ্বৃত্তই হত্যা

দীপাৱলীৰ নিশা গহপুৰত অঘটন

দীপাৱলীৰ নিশা গহপুৰত অঘটন

দীপাৱলীৰ আনন্দৰ মাজতে গহপুৰৰ ব্ৰহ্মাজানত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডটোত চান মোহন দাস নামৰ ব্যৱসায়ীৰ কাপোৰৰ দোকান সম্পুৰ্ণ সামগ্ৰী ভষ্মিভূত হয়। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংগঠিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।

নগাঁৱৰ উত্তৰ-পূৱ শিশু গ্ৰন্থমেলাৰ সামৰণি । হোমেন বৰগোহাঞিক *মাধৱ কন্দলি বঁটা* আৰু আৰক্ষী বিষয়া দেৱেন বৰাক *বনবন্ধু বঁটা* প্ৰদান ।

নগাঁৱৰ উত্তৰ-পূৱ শিশু গ্ৰন্থমেলাৰ সামৰণি । হোমেন বৰগোহাঞিক *মাধৱ কন্দলি বঁটা* আৰু আৰক্ষী বিষয়া দেৱেন বৰাক *বনবন্ধু বঁটা* প্ৰদান ।

নগাঁৱৰ উত্তৰ-পূৱ শিশু গ্ৰন্থমেলাৰ সামৰণি । হোমেন বৰগোহাঞিক *মাধৱ কন্দলি বঁটা* আৰু আৰক্ষী বিষয়া দেৱেন বৰাক *বনবন্ধু বঁটা* প্ৰদান । বিগত ৩১ অক্টোবৰৰ পৰা নগাঁৱৰ নেহৰুবালিত অনুষ্ঠিত হৈ থকা উত্তৰ-পূৱ শিশু গ্ৰন্থমেলাৰ বুধবাৰে বিয়লি সামৰণি পৰে । নগাঁৱৰ নেহৰুবালিৰ প্ৰদীপ শইকীয়া ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা এই গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠান উপলক্ষে