Category: Top News

আজি আকৌ এজন কংগ্ৰেছীৰ বি জে পিত যোগদান।

আজি আকৌ এজন কংগ্ৰেছীৰ বি জে পিত যোগদান।

আজি আকৌ এজন কংগ্ৰেছীৰ বি জে পিত যোগদান। কংগ্ৰেছী নেতা বিচিত্ৰ চৌধুৰী বি জে পি লৈ আহিল। লগে লগে কংগ্ৰেছত উঠিল জোকাৰণি। কিয়নো এইজন কংগ্ৰেছী নেতা বিচিত্ৰ চৌধুৰী আছিল তৰুণ গগৈৰ এসময়ৰ প্ৰেছ উপদেষ্টা। কিন্তু হঠাৎ মোহ ভংগ হৈ বিজেপিত যোগ দিলে কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক বিচিত্ৰ চৌধুৰীয়ে। ৰাজ্যিক বিজেপিৰ সভাপতি

AASU protest against the Citizenship Amendment Bill in Nagaon.

AASU protest against the Citizenship Amendment Bill in Nagaon.

?নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী । ?নগাঁৱত আছুৰ প্ৰতিবাদী বিক্ষোভ । ?২৮ টাকৈ জনগোষ্ঠীয় সংগঠনৰ সহযোগ । ?নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰিলে তীব্ৰ আন্দোলনৰ ভাবুকি ।

গহপুৰ ৰে’ল ষ্টেচনত আবকাৰী বিভাগে জব্দ কৰে অৰুনাচলী সুৰা ।

গহপুৰ ৰে’ল ষ্টেচনত আবকাৰী বিভাগে জব্দ কৰে অৰুনাচলী সুৰা ।

গহপুৰ ৰে’ল ষ্টেচনত আবকাৰী বিভাগে জব্দ কৰে অৰুনাচলী সুৰা । গহপুৰত আবকাৰী বিভাগে অভিযান চলাই অভিযানত জব্দ কৰে বৃহৎ পৰিমানৰ অৰুণাচলী সুৰা ।গোপন সূত্ৰৰ পম খেদি গহপুৰ ৰেল ষ্টেছনৰ পৰা জব্দ কৰে ৩০ হাজাৰ টকা মূল্যৰ ২০ কাৰ্টন অৰুণাচলী সুৰা । গহপুৰৰ পৰা মাধৱ শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

বিজেপি নেতা ৰূপম গোস্বামীক সকীয়নি ৰাভা ছাত্ৰ সন্থাৰ নেতৃত্বৰ।

বিজেপি নেতা ৰূপম গোস্বামীক সকীয়নি ৰাভা ছাত্ৰ সন্থাৰ নেতৃত্বৰ।

বিজেপি নেতা ৰূপম গোস্বামীক সকীয়নি ৰাভা ছাত্ৰ সন্থাৰ নেতৃত্বৰ। শেহতীয়াকৈ এক সংবাদমেলত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন জনাবলৈ গৈ ৰূপম গোস্বামীয়ে বড়ো-ৰাভাও বাংলাদেশৰ পৰা অহা বুলি মন্তব্য কৰিছিল। এই মন্তব্যৰ বাবেই ৰূপম গোস্বামীক ওভতি ধৰিলে ৰাভা ছাত্ৰ সন্থাই। তাৰ পিছতে সংবাদ মাধ্যম যোগে নিজৰ ভূল স্বীকাৰ কৰি ক্ষমা প্ৰাৰ্থনা বিচাৰিলে বি

যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ লৈ সমদল ৷

যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ লৈ সমদল ৷

ৰূপহী যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ লৈ সমদল ৷ অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা বলবৎ কৰাৰ দাবীত নগাঁও জিলাৰ ৰূপহীহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰূপহী আঞ্চলিক সমিতিৰ উদ্যোগত আজি জোঁৰ লৈ এক বিশাল সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ এই বিশাল সমদলে কপাই তোলে ৰূপহীৰ আকাশ বতাহ ৷ জুৰীয়াৰ পৰা পদুম