Anchor : Shahnawaz Aamir. Camera : Elias. Venue: Shraddhanjali Kanan Park. Video sponsored by : Reyaz Hair Clinc. Thanks To Xahid Khan for giving us his precious time for this Interview. Movies By Xahid Khan. Alert Condition Red : Sand :
Category: Top News
চলচ্চিত্ৰ নিৰ্মাতা মাণিক বৰাৰ মহানগৰীৰ মালিগাঁৱৰ বাসগৃহত দেহাৱসান । ৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে। অধুনালুপ্ত ‘ৰংঘৰ’ আলোচনীৰ সম্পাদক মাণিক বৰা, বিস্ময় গোষ্ঠীৰ সৈতেও জড়িত আছিল । ‘বৈৰাগী বিহংগ’ উপন্যাসৰ ৰচয়িতা আছিল নিৰ্মাতাগৰাকী। তথ্যচিত্ৰ নিৰ্মাণ, চিত্ৰনাট্য ৰচনা কৰাৰ লগতে বহুসংখ্যক চুটি গল্পও ৰচনা কৰিছিল বৰাই।
নগাঁৱতো সুধাকণ্ঠক স্মৰণ । ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ দুই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে সমস্বৰে পৰিবেশন কৰিলে মানুহে মানুহৰ বাবে । অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক স্মৰণ কৰে । নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়তো সুধাকণ্ঠৰ সপ্তম মৃত্যুবাৰ্ষিকী উদযাপন কৰা হয় । এই উপলক্ষে মহাবিদ্যালয়খনৰ দুহেজাৰ ছাত্ৰ-ছাত্ৰীয়ে সমস্বৰে পৰিবেশন