Category: Top News

বিশ্বনাথৰ লেহুগাৱত ভয়ংকৰ দুৰ্ঘটনা

বিশ্বনাথৰ লেহুগাৱত ভয়ংকৰ দুৰ্ঘটনা

বিশ্বনাথৰ লেহুগাৱত ভয়ংকৰ দুৰ্ঘটনা বিশ্বনাথ চাৰিআলিৰ লেহুগাৱত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুই বাইক আৰোহী । জানিব পৰা মতে দুই বাইক আৰোহীৰ ঘৰ বিশ্বনাথৰ বালিচাংত।

গহপুৰত বাইক চালকৰ তাণ্ডৱ।

গহপুৰত বাইক চালকৰ তাণ্ডৱ।

গহপুৰ মহকুমাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত গমিৰি চেন্টাৰৰ সমীপত মটৰ চাইকেলৰ খুন্দাত কৃষ্ণ শইকীয়া নামৰ এজন কৃতী শিক্ষক নিহত। চিকিৎসাৰ বাবে বৰগাঙৰ কেথলিক হস্পতাললৈ নিয়া পথত তেওঁৰ মৃত্যু হয়। কৃষ্ণ শইকীয়াৰ আকস্মিক বিয়োগত বৃহত্তৰ গমিৰি অঞ্চলত শোকৰ ছাঁ পৰিছে ।

ধিংঙত পিস্টল ,গ্ৰেনেড অাৰু চাৰি জাই সজীৱ গুলীসহ অাটক কুখ্যাত ডকাইত ।

ধিংঙত পিস্টল ,গ্ৰেনেড অাৰু চাৰি জাই সজীৱ গুলীসহ অাটক কুখ্যাত ডকাইত ।

ধিঙৰ শালকাটি গাৱঁত নিশা আৰক্ষীয়ে অভিযান চলাই অবৈধ মৰনাস্ৰ সহ আটক কৰে কুথ্যত অপৰাধী এটাক ৷ ধৃত কুখ্যাত অপৰাধীটো শালকাটি গাঁৱৰ মফিদুল ইছলাম ৷ আৰক্ষীয়ে অভিযান চলাই কুখ্যাত অপৰাধী মফিদুল ইছলামৰ ঘৰৰ পৰা উদ্ধাৰ কৰে এটা পিষ্টল , এটা গ্ৰেনেড সহ চাৰিটা সজীৱ গুলী । নগাঁও জিলাৰ উপ আৰক্ষী অধিক্ষক