Category: Top News

দেশৰ ভিতৰতে তৃতীয় উচ্চতম ত্ৰিৰংগাখন সোমবাৰে পৰীক্ষামূলকভাৱে উত্তোলন কৰা হ’ল গান্ধী মণ্ডপত।

দেশৰ ভিতৰতে তৃতীয় উচ্চতম ত্ৰিৰংগাখন সোমবাৰে পৰীক্ষামূলকভাৱে উত্তোলন কৰা হ’ল গান্ধী মণ্ডপত।

  বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ দেশৰ ভিতৰতে তৃতীয় উচ্চতম ত্ৰিৰংগাখন সোমবাৰে পৰীক্ষামূলকভাৱে উত্তোলন কৰা হ’ল গান্ধী মণ্ডপত। শৰণীয়া পাহাৰৰ ওপৰত উত্তোলন হবলগীয়া দেশৰ ভিতৰতে তৃতীয় উচ্চতম পতাকা হিচাপে চিহ্নিত হ’বলগীয়া পতাকাখনৰ উচ্চতা ৩০০ ফুট। গুৱাহাটী স্মাৰ্টচিটীৰ এক প্ৰকল্পৰ অধীনত টাটা কনছাল্টিং ইঞ্জিনিয়াৰছ লিমিটেডে প্ৰস্তুত কৰিছে পতাকাখন। উলুবাৰীৰ পৰা হীৰক

আজিও অপৰিবৰ্তিত ৰূপত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি।

আজিও অপৰিবৰ্তিত ৰূপত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি।

  আজিও অপৰিবৰ্তিত ৰূপত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি। আজি প্ৰতিলিটাৰ পেট্ৰলত ১৪ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত ৫ পইচাকৈ বৃদ্ধি পাইছে। গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৮৫.৩০ টকা আৰু ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৭৭.৫০ টকা।

নগাঁও আদালতত পুনৰ প্ৰাক্তন কংগ্ৰেছী অনিল ৰাজাৰ বিৰুদ্ধে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ মানহানি গোচৰ ৷

নগাঁও আদালতত পুনৰ প্ৰাক্তন কংগ্ৰেছী অনিল ৰাজাৰ বিৰুদ্ধে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ মানহানি গোচৰ ৷

বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ নগাঁও আদালতত পুনৰ প্ৰাক্তন কংগ্ৰেছী অনিল ৰাজাৰ বিৰুদ্ধে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ মানহানি গোচৰ ৷ ১৯ ছেপ্টেম্বৰত এখন সংবাদমেলত অনিল ৰাজাই ৰকিবুলৰ বিৰুদ্ধে বহু আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ আনিছে প্ৰাক্তন মন্ত্ৰী ৰকিবুলে ৷ যাৰ বাবে নগাঁও আদালতত সোমবাৰে ৮৭৬/১৮ নম্বৰত ৰাজাৰ বিৰুদ্ধে এক মানহানি গোচৰ

ধেমাজি জিলা কাৰগাৰৰ পৰা সতীৰ্থই সম্ভাষণ জনাই আদৰি লৈ গ’ল সুবোধ বিশ্বাসক।

ধেমাজি জিলা কাৰগাৰৰ পৰা সতীৰ্থই সম্ভাষণ জনাই আদৰি লৈ গ’ল সুবোধ বিশ্বাসক।

বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ ২০১৭ চনৰ ৬ মাৰ্চত ধেমাজিৰ চিলাপথাৰত আছুৰ কাৰ্যালয় লণ্ডভণ্ড কৰা কাণ্ডৰ মূল খলনায়ক সুবোধ বিশ্বাস আজি মুকলি আকাশৰ তললৈ আহিল। যোৱা ১৮ ছেপ্টেম্বৰত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছিল জাতিৰ স্বাৰ্থত আঘাত হনা সুবোধ বিশ্বাসৰ জামিন। ধেমাজি জিলা কাৰগাৰৰ পৰা সতীৰ্থই সম্ভাষণ জনাই আদৰি লৈ

ডিমা হাচাওৰ ডাওট’হাজা আৰু ফাইদিঙৰ মাজত দুৰ্ঘটনাগ্ৰস্ত মালবাহী ৰে’ল।

ডিমা হাচাওৰ ডাওট’হাজা আৰু ফাইদিঙৰ মাজত দুৰ্ঘটনাগ্ৰস্ত মালবাহী ৰে’ল।

বিগ ব্ৰেকিং নিউজ ডিমা হাচাওৰ ডাওট’হাজা আৰু ফাইদিঙৰ মাজত দুৰ্ঘটনাগ্ৰস্ত মালবাহী ৰে’ল। বদৰপুৰ অভিমুখী মালবাহী ৰেলখনৰ ১৪টা ডবা লাইনচ্যুত হয়। দুৰ্ঘটনাটোৰ ফলত ৰে’ল চলাচল ব্যাহত হৈ পৰিছে।