নগাঁৱৰ অগপ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি । প্ৰাৰ্থিত্বকেন্দ্ৰিক ক্ষোভ একাংশ দলীয় কৰ্মীৰ । জুৰীয়াৰ চতিয়ান গাঁও পঞ্চায়তৰ ক্ষুব্ধ কৰ্মীয়ে ঘেৰাও কৰে নগাঁও অগপৰ কাৰ্যালয় । আৰক্ষী মোতায়েন ।
Category: Top News
ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো প্ৰতিবছৰে পালন কৰা হয় শিশু দিৱস হিচাপে। জৱাহৰলাল নেহৰুৱে শিশু সকলক বৰ ভাল পাইছিল আৰু তাৰ স্বীকৃতিস্বৰূপে ১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে
গহপুৰ সমষ্টিৰ পূৱ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৭খন গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বৰ পদৰ বাবে আজি বিজেপিৰ ১৭০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। বহু সংখ্যক সমৰ্থকে শ্লোগান বিজেপিৰ সমৰ্থনত দিয়ে।
?নগাঁৱৰ বেবেজীয়াত ট্ৰেভেলাৰ- অাই-২০ৰ মুখামুখি সংঘৰ্ষ ?গুৰুতৰভাৱে আহত কেইবাজনো যাত্ৰী নগাঁও জিলাৰ বিৰহ বেবেজীয়াৰ ৩০খন বিছনাযুক্ত চিকিৎসালয়ৰ সন্মুখত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নগাঁৱৰ পৰা
অন্যান্য প্ৰান্তৰ লগতে বুধবাৰে নগাঁৱতো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শিশু দিৱস উদযাপন কৰে । নগাঁও আইন মহাবিদ্যালয় ছাত্ৰ একতা সভাই দক্ষিণ হয়বৰগাঁৱৰ কলংপাৰ প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস উদযাপন কৰাৰ বিপৰীতে নগাঁও জিলা