Category: Top News

নগাঁও উৰিয়া গাঁও বাইপাছত কেঁকো সাপ সহ দুজনক গ্ৰেপ্তাৰ ৷

নগাঁও উৰিয়া গাঁও বাইপাছত কেঁকো সাপ সহ দুজনক গ্ৰেপ্তাৰ ৷

▶ Check out my gear on Kit: https://kit.com/guwahatitimes6 ?নগাঁও উৰিয়া গাঁও বাইপাছত কেঁকো সাপ সহ দুজনক গ্ৰেপ্তাৰ ৷ ?ধৃত কেঁকো সাপ সৰবৰাহকাৰী দুইজন হ’ল – আমনিৰ আফাজুদ্দিন আৰু বিল্লাল উদ্দিন

চলচ্চিত্ৰ নিৰ্মাতা মাণিক বৰাৰ মহানগৰীৰ মালিগাঁৱৰ বাসগৃহত দেহাৱসান ।

চলচ্চিত্ৰ নিৰ্মাতা মাণিক বৰাৰ মহানগৰীৰ মালিগাঁৱৰ বাসগৃহত দেহাৱসান ।

চলচ্চিত্ৰ নিৰ্মাতা মাণিক বৰাৰ মহানগৰীৰ মালিগাঁৱৰ বাসগৃহত দেহাৱসান । ৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে। অধুনালুপ্ত ‘ৰংঘৰ’ আলোচনীৰ সম্পাদক মাণিক বৰা, বিস্ময় গোষ্ঠীৰ সৈতেও জড়িত আছিল ।

ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ দুই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে সমস্বৰে পৰিবেশন কৰিলে মানুহে মানুহৰ বাবে।

ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ দুই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে সমস্বৰে পৰিবেশন কৰিলে মানুহে মানুহৰ বাবে।

নগাঁৱতো সুধাকণ্ঠক স্মৰণ । ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ দুই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে সমস্বৰে পৰিবেশন কৰিলে মানুহে মানুহৰ বাবে । অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক স্মৰণ কৰে ।