নগাঁৱৰ উৰিয়াগাঁৱত বিভিন্ন দল-সংগঠনৰ উষ্ণ আদৰণি জনোৱাৰ পাছতে নিশাটো নগাঁৱত কটাই পুৱা উৰিয়াগাঁৱৰ পৰা ৰাওনা হয় দিছপুৰ অভিমুখে ।
Category: Top News
কেনেকোৱা পৰিস্থিতিত পৰি এগৰাকী মাতৃয়ে নিজৰ ৫ বছৰীয়া সন্তানক লৈ নদীত জাপ দি আত্মহত্যা কৰিব পাৰে ? এনে এক হৃদয় বিদাৰক ঘটনাই জোকাৰি গল কামপুৰৰ পটিয়াপাম অঞ্চল । অৱশ্যে, স্থানীয়
সংকল্প শিখা যাত্ৰা নগাঁৱত উপস্থিত । নগাঁৱৰ উৰিয়াগাঁৱত বিভিন্ন দল-সংগঠনৰ উষ্ণ আদৰণি । নিশাটো নগাঁৱত কটাই বৃহস্পতিবাৰে পুৱা উৰিয়াগাঁৱৰ পৰা ৰাওনা হ’ব দিছপুৰ অভিমুখে ।
নগাঁৱৰ অগপ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি । প্ৰাৰ্থিত্বকেন্দ্ৰিক ক্ষোভ একাংশ দলীয় কৰ্মীৰ । জুৰীয়াৰ চতিয়ান গাঁও পঞ্চায়তৰ ক্ষুব্ধ কৰ্মীয়ে ঘেৰাও কৰে নগাঁও অগপৰ কাৰ্যালয় । আৰক্ষী মোতায়েন ।
ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো প্ৰতিবছৰে পালন কৰা হয় শিশু দিৱস হিচাপে। জৱাহৰলাল নেহৰুৱে শিশু সকলক বৰ ভাল পাইছিল আৰু তাৰ স্বীকৃতিস্বৰূপে ১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে