মহানগৰীৰ হাতীগাঁৱৰ জনপথৰ কাচা লিমিটেডো’ নামৰ অভিজাত এপাৰ্টমেণ্টৰ তৃতীয় মহলাৰ থ্ৰি- এ নম্বৰৰ ফ্লেটত মেঘালয়ৰ এগৰাকী যুৱতীৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা ঘটনাৰ পাছতে আৰক্ষীয়ে ক্ষীপতাৰে তদন্ত কৰি ইতিমধ্যে লাভ কৰিছে কেতবোৰ তথ্য ৷ উল্লেখ্য যে,মেঘালয়ৰ নংপুৰ বাসিন্দা ঋত্বিকা সোণাৰ নামৰ যুৱতীগৰাকী গুৱাহাটীৰ জেট উইংছ নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত অধ্যয়নৰত
Category: Top News
বাক্সাৰ শিমলাত বিপিএফ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা ৷ সভাত বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ ঘোষণা, ‘‘ এইবাৰ কোকৰাঝাৰৰ লগতে দৰং-ওডালগুৰি লোকসভা সমষ্টিতো জয়ী হ’ব বিপিএফ আনকি কেন্দ্ৰীয় চৰকাৰত ল’ব এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ পদো ৷ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম সম্পৰ্কেও মন্তব্য হাগ্ৰামা মহিলাৰীৰ ৷ এন ডি এত যোগদানৰ বাবে দিল্লীত বাহৰ
🔹গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত ফণীধৰ দত্ত সভাগৃহত দিনজোৰা কাৰ্যসূচীৰে এখনি জন-সম্পৰ্ক- A public relations meet শীৰ্ষক আলোচনা সভা অনুষ্ঠিত হয়। 🔹সভাত অসমৰ বিভিন্ন ব্যক্তিগত আৰু চৰকাৰী উন্নয়ন খণ্ডৰ জনসংযোগকাৰী বিষয়া ক্ৰমে হিমাংশু কুমাৰ শৰ্মা, জ্যেষ্ঠ উপ সাধাৰণ সঞ্চালক , ক’ৰ্পৰেট কমিউনিকেশ্বন দিল্লী মেট্ৰ’ পৰিবহন আৰু মাধুৰ্য সিং
“কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিয়ে চৰকাৰ চলাই থকা সত্বেও বিজেপি দলৰ নেতা-সদস্যসকলে বিজেপি দল এৰি কি কাৰণত বিপিএফ দললৈ আহি আছে, তাৰ কাৰণ মই বুজি পোৱা নাই” ৷ বুধবাৰে কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ তিতাগুৰীৰ ইৰাকদাও ভৱনত বিপিএফৰ বিশাল যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে উক্ত মন্তব্য কৰে। উক্ত যোগদান কাৰ্যসূচীত বিজেপিৰ
🔵 NH-27 আৰু NH-17ত মালবাহী বাহনৰ চলাচল নিষিদ্ধ। 🔵 ২৭ নবেম্বৰৰ দিনৰ ১২ বজাৰ পৰা ২৮ নৱেম্বৰৰ নিশা ১২বজালৈ বলবৎ থাকিব এই নিৰ্দেশনা। 🔵 AK আজাদ ৰোড, AK দেৱ ৰোডতো বাহাল থাকিব এই নিৰ্দেশনা। 🔵 লগতে তিনিচকীয়া বাণিজ্যিক বাহনৰ ক্ষেত্রতো প্রযোজ্য হ’ব এই নিৰ্দেশনা। 🔵 ২৮ নবেম্বৰত AK আজাদ ৰোড