Category: Top News

অৰুণাচলত ভয়ংকৰ দুৰ্ঘটনা: অসমৰ গোসাঁইগাঁওৰ চাৰিজনৰ থিতাতে নিহত

অৰুণাচলত ভয়ংকৰ দুৰ্ঘটনা: অসমৰ গোসাঁইগাঁওৰ চাৰিজনৰ থিতাতে নিহত

অৰুণাচলত ভয়ংকৰ পথ দুৰ্ঘটনা অসমৰ গোসাঁইগাঁওৰ চাৰিজনৰ থিতাতে নিহত দুৰ্ঘটনাত নিহত খ্ৰীষ্ঠফাৰ হেমৰম আৰু তেওঁৰ দল অৰুণাচল প্ৰদেশৰ খ্ৰিষ্টীয়ান ধৰ্মীয় অনুষ্ঠান সামৰি ঘৰলৈ উভতি অহা সময়ত ১৩ নং ৰাষ্ট্ৰীয় ঘাই পথত দুৰ্ঘটনা সংঘটিত হয় ৰাস্তাত ভূমিস্খলন হোৱাৰ ফলত তেওঁলোকৰ ওপৰত প্ৰকাণ্ড শিল বাগৰি পৰাত চাৰিও জনৰে থিতাতে মৃত্যু ঘটে দুৰ্ঘটনাগ্ৰস্ত

গোসাঁইগাঁৱত পথ দুৰ্ঘটনাত যুৱতী থিতাতে নিহত…

গোসাঁইগাঁৱত পথ দুৰ্ঘটনাত যুৱতী থিতাতে নিহত…

গোসাঁইগাঁও: ১৭ নবেম্বৰ: গোসাঁইগাঁও মহকুমাৰ তেলিপাৰা সংলগ্ন ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি বিয়লি প্ৰায় তিনি বজাত সংঘটিত এক পথ দুৰ্ঘটনাত ধানী চৰেন (২২) নামৰ যুৱতী এগৰাকী থিতাতে নিহত হয়। জানিৱ পৰা মতে শ্ৰীৰামপুৰ শ্ব্যামাগুৰীৰ প্ৰয়াত নিকলাছ চৰেনৰ কন্যা ধানী চৰেন তেলিপাৰাৰ টেলাৰীং এণ্ড উইভিং ট্ৰেনিং চেন্টাৰৰ শিক্ষাৰ্থী আছিল ৷ প্ৰতিদিনৰ

গুৱাহাটীৰ ‘প্ৰতীক্ষা হাস্পতাল’ ত আয়কৰ বিভাগে অভিযান!

গুৱাহাটীৰ ‘প্ৰতীক্ষা হাস্পতাল’ ত আয়কৰ বিভাগে অভিযান!

আয়কৰ বিভাগে অভিযান চলালে গুৱাহাটীৰ ‘প্ৰতীক্ষা হাস্পতাল’ ত 🔷গুৱাহাটীৰ বৰবাৰীৰ প্ৰতীক্ষা হাস্পতালত আয়কৰ বিভাগৰ অভিযান। 🔷গ্ৰাহকক লুণ্ঠন চলোৱাৰ অভিযোগ আছে গুৱাহাটীৰ প্ৰতীক্ষা হাস্পতালৰ বিৰুদ্ধে। 🔷হাস্পতালৰ ফাৰ্মাচী, পৰীক্ষাগাৰ, কেছ কাউণ্টাৰ , বেংকৰ একাউণ্ট আদিৰ নথি-পত্ৰ তন্নতন্নকৈ পৰীক্ষা কৰে আয়কৰ বিভাগে। 🔷স্বত্বাধিকাৰী প্ৰমোদ শৰ্মাৰ ঘৰতো চলে আয়কৰ বিভাগৰ অভিযান।

পত্নীয়ে নাইজেৰিয়াত অকলে ফুৰিবলৈ গৈ লগ কৰিছিল স্বামীৰ বন্ধুক! পিছত….

পত্নীয়ে নাইজেৰিয়াত অকলে ফুৰিবলৈ গৈ লগ কৰিছিল স্বামীৰ বন্ধুক! পিছত….

পত্নীয়ে নাইজেৰিয়াত অকলে ফুৰিবলৈ গৈ লগ কৰিছিল স্বামীৰ বন্ধুক। পত্নীয়ে নাইজেৰিয়াত অকলে ফুৰিবলৈ গৈ লগ কৰিছিল স্বামীৰ বন্ধুক। কিন্তু এতিয়া স্বামীক ফোন কৰি বিছাৰিছে সহায়। ‘মোক ইয়াৰ পৰা লৈ যোৱা’। নাইজেৰিয়াৰ হোটেলত আৱদ্ধ অসমৰ মহিলা জিম প্ৰশিক্ষক।