অক্টোবৰৰ পৰা সলনি হব আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ আৰু RC ।

অক্টোবৰৰ পৰা সলনি হব আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ আৰু RC ।

জানিব পৰা মতে অক্টোবৰৰ ১ তাৰিখৰ পৰা গাড়ী চালকৰ ড্ৰাইভিং লাইচেঞ্চ আৰু আৰ চিত কেতবোৰ সালসলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে । অংকিত হব QR Code. নতুন নিয়মৰ অধীনত DL আৰু RCত অংকিত হব Microchip আৰু QR Code আৰু দেশৰ প্ৰতিখন ৰাজ্যৰে ড্ৰাইভিং লাইচেঞ্চ আৰু RC দেখিবলৈ একে হ’ব।

বহু ৰাজ্যত DL আৰু RCৰ বিৱৰণ সমুখৰ ফালে আৰু আন কিছু ৰাজ্যত ইয়াক পিছৰ পিনে অংকিত কৰা দেখা যায়।

কিন্তু নতুন নিয়মৰ অধীনত ইয়াক নিৰ্দিষ্ট এক ঠাইতহে অংকিত কৰা হব, আৰু ভাৰতৰ সকলৰে DL আৰু RC ৰ সকলো বিৱৰণ ডিজিটেল মাধ্যমত চাব পৰা হ’ব।

কিন্তু চৰকাৰৰ নতুন সিদ্ধান্তৰ পিছত এতিয়াও DL আৰু RCৰ বিৱৰণ কোন স্থানত অংকিত কৰা হ’ব সেই সম্পৰ্কে সিদ্ধান্ত ল’ব পৰা হোৱা নায়।

Desk Editor