23.2 C
Assam
Monday, May 29, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

কংগ্ৰেছী নেতাৰ অসন্তুষ্টি: তিনি কংগ্ৰেছী বিধায়কৰ পদত্যাগ…

Assamese Newsকংগ্ৰেছী নেতাৰ অসন্তুষ্টি: তিনি কংগ্ৰেছী বিধায়কৰ পদত্যাগ...

 কংগ্ৰেছী নেতাৰ অসন্তুষ্টি। চৰ্চা চলিছে পদত্যাগ কৰিব তিনি কংগ্ৰছী বিধায়কে।

পদত্যাগৰ চৰ্চাত থকা তিনি কংগ্ৰেছী নেতা হ’ল ক্ৰমে কমলাক্ষ দে’ পুৰকায়স্থ, খলিলউদ্দিন মজুমদাৰ, মিজবাউল ইছলাম লস্কৰ। এই সন্দৰ্ভত তিনি নেতাই প্ৰদেশ কংগ্ৰেছলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ । উল্লেখ্য যে, ভূপেন বৰাৰ ওপৰত চৰম অসন্তুষ্টি কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থৰ। শিলচৰৰ জিলা কংগ্ৰেছ সভাপতি নিযুক্তিক লৈ অসন্তুষ্ট প্ৰকাশ তিনি নেতাৰ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!