Congress Office burnt in Samaguri, Nagaon.

Congress Office burnt in Samaguri, Nagaon.

চামগুৰিত আৰম্ভ হৈছে নিৰ্বাচনী হিংসা। নিশা চামগুৰিৰ কনুৱামাৰি পঞ্চায়তৰ পাচ টাকৈ কংগ্ৰেছী কাৰ্যালয়ত অগ্নিসংযোগ কৰিলে অচিনাক্ত দুৰ্বৃত্তই।পোন্ধৰ বছৰীয়া কংগ্ৰেছী কাৰ্যকালতে আৰম্ভ হৈছিল এই কুসংস্কৃতি।কংগ্ৰেছৰ শাসন গল কিন্তু এতিয়া এই কু সংস্কৃতিৰ ফল ভোগ কৰিছে কংগ্ৰেছেই।ৰকিবুলৰ দুৰ্গ হিচাপে খ্যাত কনুৱামাৰি পঞ্চায়তত বিৰোধী এনে আক্ৰমণাত্মক কাৰ্যই আতংকিত কৰি তুলিছে কংগ্ৰেছী সমৰ্থক সকলক।যিহেতু কনুৱামাৰি পঞ্চায়তৰ মুল যুজ কংগ্ৰেছ আৰু বিজেপিৰ মাজতেই হব সেয়ে এই অগ্নিকাণ্ডৰ ঘটনাৰ লগত বিজেপি সমৰ্থক সকল জড়িত আছে বুলি অভিযোগ কৰিছে।

 

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.