Congress Office burnt in Samaguri, Nagaon.

Congress Office burnt in Samaguri, Nagaon.

চামগুৰিত আৰম্ভ হৈছে নিৰ্বাচনী হিংসা। নিশা চামগুৰিৰ কনুৱামাৰি পঞ্চায়তৰ পাচ টাকৈ কংগ্ৰেছী কাৰ্যালয়ত অগ্নিসংযোগ কৰিলে অচিনাক্ত দুৰ্বৃত্তই।পোন্ধৰ বছৰীয়া কংগ্ৰেছী কাৰ্যকালতে আৰম্ভ হৈছিল এই কুসংস্কৃতি।কংগ্ৰেছৰ শাসন গল কিন্তু এতিয়া এই কু সংস্কৃতিৰ ফল ভোগ কৰিছে কংগ্ৰেছেই।ৰকিবুলৰ দুৰ্গ হিচাপে খ্যাত কনুৱামাৰি পঞ্চায়তত বিৰোধী এনে আক্ৰমণাত্মক কাৰ্যই আতংকিত কৰি তুলিছে কংগ্ৰেছী সমৰ্থক সকলক।যিহেতু কনুৱামাৰি পঞ্চায়তৰ মুল যুজ কংগ্ৰেছ আৰু বিজেপিৰ মাজতেই হব সেয়ে এই অগ্নিকাণ্ডৰ ঘটনাৰ লগত বিজেপি সমৰ্থক সকল জড়িত আছে বুলি অভিযোগ কৰিছে।

 

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam