DARRANG : AGP Election campaign.
তুংগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ। দৰং জিলাৰ নামখালাত দলীয় সমৰ্থকলৈ অগপ দলে আজি বিশাল সমদল উলিয়াই শক্তি প্ৰদৰ্শন কৰে। উল্লেখ যে অহা ৫ ডিচেম্বৰ ত জিলা খনত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হব।
Sah Alam report, Guwahati Times.