22.4 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

প্লাষ্টিকৰ মোনাৰ ভিতৰত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ!

Assamese Newsপ্লাষ্টিকৰ মোনাৰ ভিতৰত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ!

মুম্বাইত ভয়ংকৰ ঘটনা, প্লাষ্টিকৰ মোনাৰ ভিতৰত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ

মুম্বাইৰ লালবাগ অঞ্চলত বুধবাৰে প্লাষ্টিকৰ মোনাৰ ভিতৰত উদ্ধাৰ কৰে এগৰাকী মহিলাৰ মৃতদেহ। ৫৩ বছৰীয়া মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। মৃতদেহটো কেইবামাহ ধৰি এটা আলমাৰীত ৰখা হৈছিল বুলি কয় আৰক্ষীয়ে।

২১ বছৰীয়া মহিলাগৰাকীৰ জীয়াৰীক সোধা-পোছাৰ বাবে আটক কৰিছে আৰক্ষীয়ে। বৰ্তমান মৃত মহিলাগৰাকীৰ জীয়াৰীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

মৃত মহিলাগৰাকীৰ ভায়েক আৰু ভতিজাই মঙলবাৰে কালাচৌকী আৰক্ষী থানাত নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰিছিল। তাৰ পাছতেই আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত। তদন্তৰ প্ৰথম অৱস্থাতে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!