16.6 C
Assam
Thursday, December 8, 2022

Featured News

Guwahati’s first CNG filling station to come up in Betkuchi

The Construction of Guwahati's first Compressed Natural...

Guwahati: Eviction drive at Hengrabari Reserve Forest

A team of Forest departments officials, including...

DFO’s car attacked by miacreants..!!

Top NewsDFO's car attacked by miacreants..!!

নগাঁও জিলাৰ বুঢ়াচাপৰি অভয়াৰণ্যত ডি এফ অৰ গাড়ীত আক্ৰমন ৷ অভয়াৰণ্যৰ লাঠিমাৰী চৰত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে ডি এফ অ জিতেন্দ্ৰ কুমাৰৰ গাড়ীত ৷ অভয়াৰণ্যত নিজৰ কৰ্তব্য পালন কৰি থকা অৱস্হাত দুষ্কৃতিকাৰীয়ে আক্ৰমন কৰি লণ্ডভণ্ড কৰে ডি এফ অৰ গাড়ীত ৷ লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যৰ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ জাননীৰ পিছতেই দুষ্কৃতিকাৰীৰ আক্ৰমণৰ সন্মুখীন ডি এফ অ জিতেন্দ্ৰ কুমাৰ ৷ ঘটনাস্হলীত উপস্হিত আৰক্ষী ৷ জুৰীয়াৰ পৰা পদুম ভূঞা

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: