DFO’s car attacked by miacreants..!!

1 min read

নগাঁও জিলাৰ বুঢ়াচাপৰি অভয়াৰণ্যত ডি এফ অৰ গাড়ীত আক্ৰমন ৷ অভয়াৰণ্যৰ লাঠিমাৰী চৰত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে ডি এফ অ জিতেন্দ্ৰ কুমাৰৰ গাড়ীত ৷ অভয়াৰণ্যত নিজৰ কৰ্তব্য পালন কৰি থকা অৱস্হাত দুষ্কৃতিকাৰীয়ে আক্ৰমন কৰি লণ্ডভণ্ড কৰে ডি এফ অৰ গাড়ীত ৷ লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যৰ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ জাননীৰ পিছতেই দুষ্কৃতিকাৰীৰ আক্ৰমণৰ সন্মুখীন ডি এফ অ জিতেন্দ্ৰ কুমাৰ ৷ ঘটনাস্হলীত উপস্হিত আৰক্ষী ৷ জুৰীয়াৰ পৰা পদুম ভূঞা

You May Also Like

More From Author