শাৰীৰিকভাবে অসুস্থ জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষু শৰ্মা, হাস্পতালত ভৰ্তি
-
- জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মা চিকিৎসালয়ত ভৰ্তি ।
-
- জ্বৰ, পেটৰ বিষত আক্ৰান্ত হোৱাৰ লগতে বমিও কৰিছে জনপ্ৰিয় শিল্পীগৰাকীয়ে।
-
- শেহতীয়াকৈ দিক্ষু হেলথ চিটি চিকিৎসালয়ত চিকিৎসাধীন।
- ডাঃ চন্দন শৰ্মাৰ নেতৃত্বত চিকিৎসা চলি আছে শিল্পীগৰাকীৰ ।