ডাঃ হিতেশ বৰুৱালৈ অসমীয়া স্বাভিমান বঁটা।

ডাঃ হিতেশ বৰুৱালৈ অসমীয়া স্বাভিমান বঁটা।

মঙ্গলদৈত উপস্থিত ডাঃ হিতেশ বৰুৱা।
হিতেশ বৰুৱাক দিলে অসমীয়া স্বাভিমান বঁটা।
আনহাতে ক্ৰিকেটাৰ জিন্তী মনি কলিতা আৰু নাগাৰা নামৰ পাঠক কৰিস্মা নাথক দিলে অনুপ্ৰেৰণা বঁটা।

মঙ্গলদৈ জ্ঞান বিকাশ একাডেমীৰ ১৩ সংখ্যাক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয় মঙলদৈ জিলা পুথিভঁৰালত।
প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ডাঃ হিতেশ বৰুৱাক দিলে অসমীয়া স্বভিমান বঁটা।
সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলৰ পৰিচালন সঞ্চালক তথা বিশিষ্ট সংগীতজ্ঞ, চলচিত্ৰ নিৰ্মাতা আৰু মানৱ দৰদী ব্যক্তি ডাঃহিতেশ বৰুৱা দেৱে*। প্ৰায় চাৰি শতাধিক ছাত্ৰ ছাত্ৰী, অভিভাৱক উপস্থিত থাকিব লগীয়া উক্ত অনুষ্ঠানতে দৰঙৰ গৌৰৱ, দুগৰাকী কৃতিমান যুৱতী ক্ৰমে ক্ৰিকেটাৰ জিন্টিমণি কলিতা আৰু নাগাৰা নামৰ পাঠক কৰিশ্মা পাঠকক *”ড: হৰিশ চন্দ্ৰ ডেকা স্মাৰক অনুপ্ৰেৰণা বঁটা-২০২৩”* প্ৰদানেৰে উৎসাহিত কৰা হয়।

মঙ্গলদৈৰ পৰা মকছেদ আলি

Shahnawaz Hamza