22.1 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত আৰক্ষী, গুৰুতৰভাৱে আহত কনিষ্টবল

Assamese Newsদুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত আৰক্ষী, গুৰুতৰভাৱে আহত কনিষ্টবল

দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী আৰক্ষীৰ লোকে৷ নিহত আৰক্ষীজন গোৱালপাৰা আৰক্ষীৰ District Special Branchৰ ASI শশধৰ ব্ৰহ্ম ৷

কৃষ্ণাই থানাত কৰ্মৰত আছিল নিহত ব্ৰহ্ম ৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে অসম আৰক্ষীৰ কনিষ্টবল সুধীলাল ৰাভাও৷ সংকটজনক অৱস্থাত ৰাভাক GMCH লৈ প্ৰেৰণ ৷ কৃষ্ণাইৰ পৰা দৰংগিৰি অভিমুখে বাইকেৰে দুয়ো গৈ থকা সময়তে অচিনাক্ত বাহনৰ খুন্দাত এই দুৰ্ঘটনাটো সংঘটিত হয় ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!