24.8 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

গুৱাহাটীৰ পাহাৰৰ গছ কাটি থকাৰ সময়তে মাটি খহি পৰাত মৃত্যু মহিলা শ্ৰমিকৰ

Assamese Newsগুৱাহাটীৰ পাহাৰৰ গছ কাটি থকাৰ সময়তে মাটি খহি পৰাত মৃত্যু মহিলা শ্ৰমিকৰ

নুনমাটিত পাহাৰ খহি মহিলা শ্ৰমিকৰ মৃত্যু। তাৰা বানু বেগম নামৰ মহিলা শ্ৰমিকগৰাকীৰ পাহাৰৰ মাটি খহাত পোত গৈ মৃত্যুমুখত পৰে। তাৰা বানুৰ ঘৰ নুনমাটি আনন্দ নগৰত বুলি জানিব পৰা গৈছে। নুনমাটিৰ সৃষ্টি নগৰৰ ৩৪ নং ভিলাৰ ওচৰত ভূমিস্খলনৰ ঘটনা সংঘটিত হয়।

ভূমিস্খলনৰ পিছত লগে লগে উদ্ধাৰ কৰি অচেতন অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল মহিলাগৰাকীক। কিন্তু চিকিত্‍সকে মৃত ঘোষণা কৰে। পাহাৰৰ গছ কাটি থকাৰ সময়তে এই অঘটন হয়। পাহাৰৰ মাটিয়ে হেঁচা মাৰি ধৰিছিল ৩ শ্ৰমিকক। ইয়াৰে দুগৰাকীক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!